Revision 3298 of "জয় জয় যাদৱ, জলনিধিজাধৱ ধাতা" on aswikisource

{{header
 | title      = বৰগীত
 | author     = শ্ৰীশ্ৰী শঙ্কৰদেৱ
 | translator = 
 | section    = 
 | previous   = 
 | next       = [[শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত বৰগীত]]
 | year       = 
 | portal     = 
 | wikipedia  =  Srimanata Sankadev 
 | commons    = 
 | commonscat = 
 | wikiquote  = 
 | wikinews   = 
 | wiktionary = 
 | wikibooks  = 
 | wikiversity= 
 | wikispecies=
 | meta       = 
 | notes      =  
}}

::::::'''।।ৰাগঃ আশোৱাৰী।। তালঃ পৰি।।'''

:::::ধ্ৰুং।। জয় জয় যাদৱ, জলনিধিজাধৱ ধাতা।
::::::শ্ৰুতমাত্ৰখিল-ত্ৰাতা, স্মৰণে কৰয় সিদ্ধি
::::::দীনদয়ানিধি, ভকত মুকুতিপদদাতা।।

:::::পদ।। জগজন-জীৱন অজন-জনাৰ্দ্দন
::::::দনুজদমন দুখহাৰী।
::::::মহদানন্দ কন্দ পৰমানন্দ
::::::নন্দনন্দন বনাচাৰী।।
::::::বিবিধ বিহাৰ বিশাৰদ শাৰদ
::::::ইন্দু নিন্দি পৰকাশী।
::::::শেষ শয়ন-শিৱ কেশী-বিনাশন
::::::পীতবসন অবিনাশী।।
::::::জগত বন্ধু বিধু মাধৱ মধুৰিপু
::::::মদুৰ মূৰুতি মুৰনাশী।
::::::কেশৱ চৰণ সৰোৰুহ কিঙ্কৰ 
::::::শঙ্কৰ এহু অভিলাষী।।







[[category:বৰগীত|*]]