Revision 3409 of "ৰাম মেৰি হৃদয় পংকজে ৰৈছে" on aswikisource

{{header
 | title      = [[বৰগীত]]
 | author     = শ্ৰীশ্ৰী শঙ্কৰদেৱ
 | translator = 
 | section    = 
 | previous   = [[মন মেৰি ৰাম চৰণেহি লাগু]]
 | next       = [[শাৰঙ্গপাণি পাহে পামৰমতি হামি]]
 | year       = 
 | portal     = 
 | wikipedia  =  Srimanata Sankadev 
 | commons    = 
 | commonscat = 
 | wikiquote  = 
 | wikinews   = 
 | wiktionary = 
 | wikibooks  = 
 | wikiversity= 
 | wikispecies=
 | meta       = 
 | notes      =  
}}
<poem>
                                                         '''।।ৰাগঃ ধনশ্ৰী।। তালঃ পৰি।।'''

                                                       ধ্ৰং।। ৰাম মেৰে হৃদয় পঙ্কজে ৰৈছে।
                                                              ভাই চিত্তে নিচিন্তস কৈছে।।

                                                      পদ।। জগ-তাৰক যাকেৰি নাম।
                                                              দেখো সো পুনু আপুন ঠাম।।
                                                              ৰাম সুহৃদ সোদৰ মাতা।
                                                              জান ৰামেসে অভয়দাতা।।
                                                              ৰাম ভকত পৰম নিধি।
                                                              ৰাম বিনে নাহি আৰ সিদ্ধি।।
                                                              ৰাম ইহ পৰলোকে গতি।
                                                              তাহে দেখো নাহি মন্দমতি।।
                                                              কৃষ্ণকিঙ্কৰ শঙ্কৰ ভান।
                                                              ৰাম বিনে গতি নাহি আন।।

</poem>
[[শ্ৰেণী:বৰগীত]]