Revision 3523 of "আনন্দে গোবিন্দে বায় বৃন্দাবনে বেণু" on aswikisource

{{header
 | title      = বৰগীত
 | author     = শ্ৰীশ্ৰী শঙ্কৰদেৱ
 | translator = 
 | section    = 
 | previous   = 
 | next       = [[শ্ৰীশ্ৰীমাধৱদেৱ বিৰচিত বৰগীত]]
 | year       = 
 | portal     = 
 | wikipedia  =  Srimanata Sankadev 
 | commons    = 
 | commonscat = 
 | wikiquote  = 
 | wikinews   = 
 | wiktionary = 
 | wikibooks  = 
 | wikiversity= 
 | wikispecies=
 | meta       = 
 | notes      =  
}}

::::::'''।।ৰাগঃ আশোৱাৰী।। তালঃ পৰি।।'''

:::::ধ্ৰু।। আনন্দে গোবিন্দে বায় বৃন্দবনে বেণু।
::::::ৰূপে ভুৱন ভুলে, ৰহিয়া কদম্ব মূলে,
::::::কালিন্দী তীৰে ৰাখে ধেনু।।

:::::পদ।। গোপশিশু সঙ্গে চলে শিৰে শিখণ্ডক দুলে
::::::কৰ্ণে কুণ্ডল গণ্ড লোলে।
::::::কেয়ুৰ কঙ্কণ কৰে উৰে মনমালা লুলে
::::::মধুৰ মধুপ মধু ভুলে।।
::::::কটি কাঞ্চী কিঙ্কীণী বাজত ৰিণি ঝিণি
::::::শ্যামতনু শোভে পীতবাসে।
::::::বাম-কাষে শিঙা বেত অৰুণ পঙ্কজ নেত্ৰ
::::::কণ্ঠে কৌস্তুভ পৰকাশে।।
::::::ত্ৰিভঙ্গ ললিত হাস কৰু হৰি ভ্ৰূৱ ভাস
::::::দৰশিয়া লীলা বিলাসে।
::::::চৰণে মঞ্জীৰ ঝুৰে উচ্চায়া পঞ্চম পুৰে
::::::শঙ্কৰে কহ অভিলাষে।।






[[category:বৰগীত|*]]
[[শ্ৰেণী:শংকৰদেৱৰ বৰগীত]]