Revision 4358 of "জয় আলোকময়" on aswikisource

<poem>
জয় আলোকময়
:অনাদি অনন্ত প্ৰসাৰি
::বিশ্ব জীৱন জ্যোতি ।
জয় জয় সুন্দৰ
:সত্য সনাতন
চিৰ প্ৰশান্ত বিশ্বপতি ।
কোটি বিশ্বব্যাপক
:হে মহামনাধীপ
বিশ্ব জীৱন জ্যোতি
:::প্ৰণতি
:::প্ৰণতি
:::প্ৰণতি
</poem>
[[Category:জ্যোতি সঙ্গীত]]