::::১
::আই সৰেচতী দেৱী পাৰেৱতী
::তোমালৈ বঢ়াই যাওঁ চাউল,
::পাহৰা পদকে সৌঁৱৰাই দি যাবা
::গীতৰ ভাঙি যাবা আউল।
::::২
::চান্দক সেৱা কৰোঁ সূৰ্যক সেৱা কৰোঁ
::পাৰ্ৱতীক সেৱা কৰো,
::ফৰলী আইকো কৰোঁ সাত সেৱা
::মণিৰামৰ ভণতা জোৰোঁ।
This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|