Revision 7137 of "লেখক:বিষ্ণু প্ৰসাদ ৰাভা" on aswikisource

'''[[wikipedia:as:বিষ্ণুপ্ৰসাদ ৰাভা|বিষ্ণুপ্ৰসাদ ৰাভা]]''' (১৯০৯- ১৯৬৯) অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল
== উপন্যাস ==
* সোণপাহী 
* মিচিং কনেং

== নাটক ==
* গেঙনি ৰেঙনি (নাটক) 

== প্ৰবন্ধ ==
* অসমীয়া কৃষ্টিৰ চমু আভাষ
* অতীত অসম 
* মুক্তি দেউল

== গল্পসমূহ ==
* মামীৰ হাৰ
* কুৰি বছৰ জেইল
* জাল কেছ
* হিয়াৰ পুং
* জাল কেছ
* ফুংকা (বড়ো ভাষাত ৰচিত)

[[শ্ৰেণী:লেখক]]