Difference between revisions 334304 and 334887 on sourceswiki

{{header
 | title      = সপ্তকাণ্ড ৰামায়ণ
 | author     = মাধৱ কন্দলী
 | translator = 
 | section    = 
 | previous   = 
 | next       = 
 | notes      = 
}}

মাধৱ কন্দলীৰ আদিকাণ্ড আৰু উত্তৰাকাণ্ড ক্ৰমে মাধৱদেৱে আৰু শংকৰদেৱে ৰচনা কৰিছিল। কন্দলীৰ ৰামায়ণখন পাচটা কাণ্ডহে পোৱাৰ কথা পোৱা গৈছে। কথা গুৰু চৰিত, মহেশ্বৰ নেওঁগৰ - শ্ৰী শ্ৰী শংকৰদেৱ, মাধৱ কন্দলিৰ ৰামায়ণ- ঐতিহাসিক বিশ্লেষণাত্মক সমীক্ষা- শশী শৰ্মা, প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰাঢ্জল ধাৰা - তিলক চন্দ্ৰ মজুমদাৰ প্ৰসংগ পুথিত এই বিষয়ে বিতংকৈ লিখা আছে। পণ্ডিত সকলৰ মতে বাল্মীকিৰ ৰামায়ণো দৰাচলতে পাঁচকাণ্ডযুক্তহে। সময়ৰ গতিত ই লিপিকাৰৰ হাতত পৰি সাতকাণ্ড যুক্ত হল । বাল্মীকিৰ ৰামায়ণত ৰামক অতি মানৱ ৰূপত দেখুৱা হোৱা নাই। পাছতহে ইয়াত ৰামৰ অলৌকিকতা সন্নিবিষ্ট হৈছে। 

# [[আদিকাণ্ড]]
# [[ৰামায়ণ বৃত্তান্ত]] - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২
# [[ৰাক্ষসৰ কথা]] - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯
# [[সূৰ্যবংশৰ বিৱৰণ]] - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০
# [[দশৰথৰ বিবাহ - কৌশল্যা]] - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
# [[দশৰথৰ বিবাহ - কৈকেয়ী]] - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২
# [[দশৰথৰ বিবাহ - সুমিত্ৰা আৰু অন্যান্য ৰাণী]] - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৫
# [[শনিৰ দৃষ্টি]] - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১৭
(contracted; show full)# [[পাতালত সীতা]] - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৭
# [[ভৰতৰ পুত্ৰক ৰাজ্য দান]] -  - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৪৮
# [[ৰামৰ লক্ষণ বৰ্জন]] -  - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫২
# [[লক্ষণক বিচাৰি ৰামৰ বন যাত্ৰা]] -  - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৫৮
# [[ৰামচন্দ্ৰৰ স্বৰ্গযাত্ৰা]] -  - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৪৬৪

[[Category:অসমীয়া|*]]
[[Category:সপ্তকাণ্ড ৰামায়ণ]]