Difference between revisions 334888 and 334898 on sourceswiki{{header | title = সপ্তকাণ্ড ৰামায়ণ | author = মাধৱ কন্দলী | translator = | section = | previous = | next = | notes = }} মাধৱ কন্দলীৰ আদিকাণ্ড আৰু উত্তৰাকাণ্ড ক্ৰমে মাধৱদেৱে আৰু শংকৰদেৱে ৰচনা কৰিছিল। কন্দলীৰ ৰামায়ণখন পাঁচটা কাণ্ডহে পোৱাৰ কথা পোৱা গৈছে। কথা গুৰু চৰিত, মহেশ্বৰ নেওঁগৰ - শ্ৰী শ্ৰী শংকৰদেৱ, মাধৱ কন্দলিৰ ৰামায়ণ- ঐতিহাসিক বিশ্লেষণাত্মক সমীক্ষা- শশী শৰ্মা, প্ৰাচীন অসমীয়া সাহিত্যৰ প্ৰাঢঞ্জল ধাৰা - তিলক চন্দ্ৰ মজুমদাৰ প্ৰসংগ পুথিত এই বিষয়ে বিতংকৈ লিখা আছে। পণ্ডিত সকলৰ মতে বাল্মীকিৰ ৰামায়ণো দৰাচলতে পাঁচকাণ্ডযুক্তহে। সময়ৰ গতিত ই লিপিকাৰৰ হাতত পৰি সাতকাণ্ড যুক্ত হ'ল । বাল্মীকিৰ ৰামায়ণত ৰামক অতি মানৱ ৰূপত দেখুৱা হোৱা নাই। পাছতহে ইয়াত ৰামৰ অলৌকিকতা সন্নিবিষ্ট হৈছে।<ref>গ্ৰন্থৰ নাম= ? , লিখক= ? ,পৃষ্ঠা নং= ?, প্ৰকাশক= ? </ref> # [[আদিকাণ্ড]] # [[ৰামায়ণ বৃত্তান্ত]] - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ২ # [[ৰাক্ষসৰ কথা]] - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ৯ # [[সূৰ্যবংশৰ বিৱৰণ]] - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১০ # [[দশৰথৰ বিবাহ - কৌশল্যা]] - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২ # [[দশৰথৰ বিবাহ - কৈকেয়ী]] - গ্ৰন্থত সন্নিবিষ্ট পৃষ্ঠা নং ১২ (contracted; show full) ==তথ্য সংগ্ৰহ== <references/> [[Category:অসমীয়া|*]] [[Category:সপ্তকাণ্ড ৰামায়ণ]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=334898.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|