Difference between revisions 336223 and 336224 on sourceswiki'''লক্ষ্মীনাথ বেজবৰুৱা''' ([[w:en:Laxminath Bezbarua|Laxminath Bezbarua]]) (১৮৬৮-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে৷ ==বেজবৰুৱাৰ সাহিত্যৰাজি== ===আত্ম-জীৱনী আৰু জীৱনী=== * [[মোৰ জীৱন সোঁৱৰণ]] * [[ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত]] * [[শ্ৰীশ্ৰী শংকৰদেৱ]] * [[শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ]] ===চিন্তাশীল ৰচনা=== * [[তত্ত্বকথা]] * [[শ্ৰীকৃষ্ণকথা]] * [[ভগৱৎ কথা]] ===উপন্যাস=== * [[পদুমকুঁৱৰী]] ===গল্প পুথি=== * [[সুৰভি]] * [[সাধুকথাৰ কুঁকি]] * [[জোনবিৰি]] * [[কেহোঁকলি]] ===সাধুকথা আৰু শিশু সাহিত্য=== * [[====বুঢ়ী আইৰ সাধু]]: <br>====⏎ ইয়াত থকা সাধুকেইটা হ'ল: {{multicol}} * [[মেকুৰীৰ জীয়েকৰ সাধু]] * [[বান্দৰ আৰু শিয়াল]] * [[ঔ-কুঁৱৰী]] * [[ঢোঁৰাকাউৰী আৰু টিপচীচৰাই]] * [[এজনী মালিনী আৰু এজোপাৰ ফুল]] * [[বুধিয়ক শিয়াল]] * [[বাঘ আৰু কেঁকোৰা]] * [[তেজীমলা]] * [[বুঢ়া-বুঢ়ী আৰু শিয়াল]] * [[দীঘল ঠেঙীয়া]] {{col-break}} * [[গঙ্গাটোপ]] * [[নুমলীয়া পো]] * [[সৰবজান]] * [[এটা শিঙৰা মাছৰ কথা]] * [[এটা বলী মানুহ]] * [[চিলনী জীয়েকৰ সাধু]] * [[তুলা আৰু তেজা]] * [[কটা যোৱা নাক,খাৰণী দি ঢাক]] * [[তীখৰ আৰু চুটিবাই]] * [[চম্পাৱতী]] {{col-break}} * [[জৰদগৱ ৰজাৰ উপাখ্যান]] * [[পানেশৈ]] * [[জোঁৱাইৰ সাধু]] * [[কুকুৰীকণা]] * [[ভেকুলীৰ সাধু]] * [[তাৱৈয়েকৰ সাধু]] * [[লটকন]] * [[লখিমী তিৰোতা]] * [[দুই বুধিয়ক]] * [[কাঞ্চনী]] {{col-end}} * [[====ককাদেউতা আৰু নাতিল’ৰা]]==== * [[জুনুকা]] ===বৈষয়িক গদ্য=== * [[বাখৰ]] * [[কামত কৃতিত্ব লভিবৰ সংকেত]] ===নাটক=== '''ধেমেলীয়া নাটক (প্ৰহসন)''' * [[লিতিকাই]] * [[নোমল]] * [[পাচনি]] * [[চিকৰপতি নিকৰপতি]] '''নাটৰ কুকি''' * [[গদাধৰ ৰজা]] * [[বাৰেমতৰা]] * [[হ-য-ব-ৰ-ল]] * [[হেমলেত]] * [[মঙলা]] '''বুৰঞ্জীমূলক নাটক''' * [[চক্ৰধ্বজ সিংহ]] * [[জয়মতী কুঁৱৰী]] * [[বেলিমাৰ]] ===ৰস ৰচনা বা হাস্যৰসাত্মক ৰচনা=== * কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা * কৃপাবৰ বৰুৱাৰ ওভতনি * বৰবৰুৱাৰ বুলনি * বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (প্ৰথম খণ্ড) * বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড) * বৰবৰুৱাৰ চিন্তাৰ শিলগুটি * বৰবৰুৱাৰ সাহিত্যিক ৰহস্য * কৃপাবৰ বৰুৱাৰ সামৰণি ===অনুবাদ=== * ভাৰতবৰ্ষৰ বুৰঞ্জী ===অন্যান্য=== * অসমীয়া ভাষা আৰু সাহিত্য * পত্ৰলেখা * কাঁহুদী আৰু খাৰলি * সম্পাদকৰ চ'ৰা *[[লক্ষ্মীনাথ বেজবৰুৱাৰ চিঠি]] [[Category:অসমীয়া]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=336224.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|