Difference between revisions 336225 and 336275 on sourceswiki

'''লক্ষ্মীনাথ বেজবৰুৱা''' ([[w:en:Laxminath Bezbarua|Laxminath Bezbarua]])  (১৮৬৮-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক।  কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে৷
==বেজবৰুৱাৰ সাহিত্যৰাজি==
===আত্ম-জীৱনী আৰু জীৱনী===
* [[মোৰ জীৱন সোঁৱৰণ]]
(contracted; show full)* [[দুই বুধিয়ক]]
* [[কাঞ্চনী]]
{{col-end}}

''ককাদেউতা আৰু নাতিল’ৰা''<br/>
ইয়াত থকা সাধুকেইটা হ'ল:
* [[জুনুকা]]

===কবিতা===
* [[মালতী]]
* [[বসন্ত]]
===বৈষয়িক গদ্য===
* [[বাখৰ]]
* [[কামত কৃতিত্ব লভিবৰ সংকেত]]
===নাটক===
'''ধেমেলীয়া নাটক (প্ৰহসন)'''
* [[লিতিকাই]]
* [[নোমল]]
* [[পাচনি]]
* [[চিকৰপতি নিকৰপতি]]
'''নাটৰ কুকি'''
* [[গদাধৰ ৰজা]]
* [[বাৰেমতৰা]]
* [[হ-য-ব-ৰ-ল]]
* [[হেমলেত]]
* [[মঙলা]]
'''বুৰঞ্জীমূলক নাটক'''
* [[চক্ৰধ্বজ সিংহ]]
* [[জয়মতী কুঁৱৰী]]
* [[বেলিমাৰ]]
===ৰস ৰচনা বা হাস্যৰসাত্মক ৰচনা===
* কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা
* কৃপাবৰ বৰুৱাৰ ওভতনি
* বৰবৰুৱাৰ বুলনি
* বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (প্ৰথম খণ্ড)
* বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড)
* বৰবৰুৱাৰ চিন্তাৰ শিলগুটি
* বৰবৰুৱাৰ সাহিত্যিক ৰহস্য
* কৃপাবৰ বৰুৱাৰ সামৰণি
===অনুবাদ===
* ভাৰতবৰ্ষৰ বুৰঞ্জী
===অন্যান্য===
* অসমীয়া ভাষা আৰু সাহিত্য
* পত্ৰলেখা
* কাঁহুদী আৰু খাৰলি
* সম্পাদকৰ চ'ৰা
*[[লক্ষ্মীনাথ বেজবৰুৱাৰ চিঠি]]

[[Category:অসমীয়া]]