Difference between revisions 336274 and 336290 on sourceswiki

{{header
 | title      = লটকন 
 | author     = লক্ষ্মীনাথ বেজবৰুৱা
 | translator = 
 | section    = 
 | previous   = [[তাৱৈয়েকৰ সাধু]] 
 | next       = [[লখিমী তিৰোতা]]
 | year       = 
 | portal     = 
 | wikipedia  =  laxminath bezbaruah
 | commons    = 
 | commonscat = 
 | wikiquote  = 
 | wikinews   = 
(contracted; show full)ি লেখি এশ পাক গাহৰিটোক ঘূৰোৱা তেন্তে দেখিবা নিশ্চয় এশ টকা ৰূপ পাবা।” বামুণে দেখিছিলযে গাহৰিটো ঘূৰি ঘূৰি লাহে লাহে দুৰ্বল হৈ আহিছে আৰু এশ পাক ঘূৰিলেই সি পৰি মৰিব; সেইদেখি সি সেই কথা কৈছিল। বামুণে এইদৰে মিঠৈৰ দোকানীক কৈ ঘোঁৰাচেকুৰাই গুচি গ’ল। দোকানীয়ে অলপ উশাহ পাই ঘূৰাই থাকোঁতে অলপ পৰৰ পিছত গাহৰিটো পৰি মৰি থাকিল। তাৰ পিছত দোকানীয়ে ৰক্ষা পৰিলোঁ বুলি ভাবি তাৰ ঘৰলৈ উভতি গুচি আহিল। বামুণে ঘৰ পাই বামুণীৰ হাতত টকাবোৰ পেলাই দি ক’লে “নে এইবোৰ ৰূপ।” ৰূপবোৰ দেখি বামুণীৰ মহা আনন্দ মিলিল।

[[Category:বুঢ়ী আইৰ সাধু]]