Difference between revisions 336476 and 336535 on sourceswiki

'''ৰজনীকান্ত বৰদলৈ''' ([[w:en:Rajanikanta Bordoloi|Rajanikanta Bordoloi]]) (১৮৬৭-১৯৪০) ‘জোনাকী যুগ’ত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে আশাশুধীয়া প্ৰচেষ্টা চলোৱা ব্যক্তি সকলৰ ভিতৰত অন্যতম লেখত ল’বলগীয়া ব্যক্তি। অসমীয়া উপন্যাসৰ পিতা উপন্যাস - সম্ৰাট ৰজনীকান্ত বৰদলৈৰ হাততে অসমীয়া উপন্যাসে পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰে। অতীত অসমৰ বহুতো গৌৰৱময় আৰু অশ্ৰুসিক্ত লৌমাহৰ্ষক কাহিনী উপন্যাসৰ মাজেৰে পোহৰলৈ অনা ৰজনীকান্ত বৰদলৈক অসমীয়া সহিত্যত উপন্যাস-সমৰাট, অসমীয়া উপন্যাসৰ পিতা, অসমীয়া স্কট, অসমৰ বংকিমচন্দ্ৰ আদি নানা আখ্যাৰে সন্মানিত কৰা হৈছে।

==ৰজনীকান্ত বৰদলৈ সাহিত্যৰাজি==
===উপন্যাস===
# [[মিৰি জীয়ৰী]]
# [[মনোমতী]] (১৯০০), 
# [[দন্দুৱাদ্ৰোহ]] (১৯০৯),
# [[ৰঙ্গিলী]] (১৯২৫), 
# [[নিৰ্ম্মল ভকত]] (১৯২৬), 
# [[তাম্ৰেশ্বৰী মন্দিৰ]] (১৯২৬),
# [[ৰহদৈ লিগিৰী]] (১৯৩০),
# [[ৰাধা-ৰুক্মিণীৰ ৰণ]]
# [[খাম্বা-থুইবীৰ সাধু]]

===গল্পসম্ভাৰ===
# [[গা-ধন]] (১৯৩১)
# [[প্ৰেমৰ উপাসক]] (১৯৩২) 
# [[সৌন্দৰ্যৰ উপাসক]] (১৯৩২)

[[Category:অসমীয়ালিখক]]