Difference between revisions 336483 and 336488 on sourceswiki#REDIRECT [[{{header | title = যাউতিযুগীয়া | author = জ্যোতিপ্ৰসাদ আগৰৱালা | translator = | section = | previous = [[মোৰে জীৱনৰে সখা কৃষ্ণ তই]] | next = [[সেউজী সেউজী সেউজী অ']] | year = | portal = | wikipedia = জ্যোতিপ্ৰসাদ আগৰৱালা | commons = | commonscat = | wikiquote = | wikinews = | wiktionary = | wikibooks = | wikiversity= | wikispecies= | meta = | notes = জ্যোতি সংগীত }} :যাউতিযুগীয়া ধনে মোৰ অ’⏎ ⏎ প্ৰাণতে দিলা মোক মৰম কুমলীয়া মনত সোঁৱৰণী সুৱদীয়া বুকুত ভালে পোৱা অ’ প্ৰাণৰ ধনে :যাউতিযুগীয়া ধনে মোৰ অ’। স্মৃতিৰ ছবিখনি প্ৰণয় ফুটুকীয়া কল্পনা পূৰাই দিলা মোক অ’ :যাউতিযুগীয়া ধনে মোৰ অ’। ভাৱত অগণনে হুমুনিয়াহ অময়া সৌন্দৰ্য্য জীৱন উপচোৱা থবলৈকে ঠায়ে নোজোৰে অ’ :যাউতিযুগীয়া ধনে মোৰ অ’। সুখ বিনন্দীয়া মৰণতে বাকি সৰগী সপোন টোপনীতে গঢ়ি দিলা মোক অ’ :যাউতিযুগীয়া ধনে মোৰ অ’। বুজা-নুবুজাৰে হাঁহি কান্দোনৰে জীৱনত পাতিলা মেলা মোৰ অ’ :যাউতিযুগীয়া ধনে মোৰ অ’। [[Category:জ্যোতি সঙ্গীত]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=336488.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|