Difference between revisions 337162 and 337163 on sourceswiki'''লক্ষ্মীনাথ বেজবৰুৱা''' ([[w:en:Laxminath Bezbarua|Laxminath Bezbarua]]) (১৮৬৮-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক। কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে৷ ==বেজবৰুৱাৰ সাহিত্যৰাজি== ===আত্ম-জীৱনী আৰু জীৱনী=== * [[মোৰ জীৱন সোঁৱৰণ]] (contracted; show full)* [[হেমলেত]] * [[মঙলা]] '''বুৰঞ্জীমূলক নাটক''' * [[চক্ৰধ্বজ সিংহ]] * [[জয়মতী কুঁৱৰী]] * [[বেলিমাৰ]] ===ৰস ৰচনা বা হাস্যৰসাত্মক ৰচনা=== *''কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা'' <br/> ইয়াত থকা সাধুলেখাকেইটা হ'ল: {{multicol}} *[[মোৰ জন্ম-ৰহস্য⏎ *]] *[[বিষয় আৰু বিষয়া⏎ *সমাজিক *]] *[[সমাজিক]] *[[প্ৰত্নতত্ব⏎ *]] *[[বাতৰি কাকতৰ জাননী⏎ *]] *[[অসমীয়া জাতি ডাঙৰ জাতি⏎ *কবিতা *]] {{col-break}} *[[কবিতা]] *[[জীৱিকাৰ উপায়⏎ *]] *[[বৰবৰুৱাৰ বিয়া⏎ *]] *[[বৰবৰুৱাৰ ’ফটোগ্ৰাফ’⏎ *]] *[[ঢেঁকী-কবি]] *[[ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ]] {{col-break}} *[[ৰাজেন্দ্ৰলাল মিত্ৰ]] *[[কৃপাবৰ বৰুৱা]] *[[চুমা-বিজ্ঞান]] *[[কাপ আৰু কাকতৰ কথোপকথন]] *[[কাকতৰ টোপোলাৰ পোষ্টমৰ্টম]] ঘানাক-ঘুনুক শুনো বোলে মোৰ যশস্যাৰ কাকাতীফৰিঙে শদিয়াৰপৰা মানাহলৈকে, ভোটৰ-পৰ্বতৰপৰা নগা-পৰ্বতলৈকে জুৰি, আনবিলাক অসমীয়া ভাইৰ অসমীয়া খ্যাতিৰ থোক এডালো নোথোৱাকৈ উপান্ত কৰিলে| হেনো মোৰ সদ্নামৰ কুম্ভকৰ্ণই আঁ কৰিলে কি, লাখে লাখে, জাকে জাকে, আসামৰ গুণ-যশৰ ভালুক-বান্দৰ মুখৰ ভিতৰলৈ সোমাল কি| হেনো ডিহিঙ্গৰ পাৰৰ জাম্বৱন্ত, দিখৌৰ কাষৰ ডেকা হনুমন্ত, লুচাইৰ দাঁতিৰ মলুৱা সুষেণ, কলঙৰ কাণৰ পেটাল বিভীষণ, পূবৰ নল, পশ্চিমৰ নীলকে প্ৰমুখ্য কৰি যত যি অঙ্গদ সুগ্ৰীৱ আছিল মানে, সকলোখিনি সসৈন্যে নিজ দলবল লৈ এই মুখ-গহ্বৰত প্ৰবেশ (contracted; show full)===অন্যান্য=== * অসমীয়া ভাষা আৰু সাহিত্য * পত্ৰলেখা * কাঁহুদী আৰু খাৰলি * সম্পাদকৰ চ'ৰা *[[লক্ষ্মীনাথ বেজবৰুৱাৰ চিঠি]] [[Category:লিখক]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?diff=prev&oldid=337163.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|