Difference between revisions 337165 and 337166 on sourceswiki

'''লক্ষ্মীনাথ বেজবৰুৱা''' ([[w:en:Laxminath Bezbarua|Laxminath Bezbarua]])  (১৮৬৮-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক।  কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে৷
==বেজবৰুৱাৰ সাহিত্যৰাজি==
===আত্ম-জীৱনী আৰু জীৱনী===
* [[মোৰ জীৱন সোঁৱৰণ]]
(contracted; show full)*[[ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ]]
{{col-break}}
*[[ৰাজেন্দ্ৰলাল মিত্ৰ]]
*[[কৃপাবৰ বৰুৱা]]
*[[চুমা-বিজ্ঞান]]
*[[কাপ আৰু কাকতৰ কথোপকথন]]
*[[কাকতৰ টোপোলাৰ পোষ্টমৰ্টম]]

{{col-end}}


* কৃপাবৰ বৰুৱাৰ ওভতনি
* বৰবৰুৱাৰ বুলনি
* বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (প্ৰথম খণ্ড)
* বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড)
* বৰবৰুৱাৰ চিন্তাৰ শিলগুটি
* বৰবৰুৱাৰ সাহিত্যিক ৰহস্য
* কৃপাবৰ বৰুৱাৰ সামৰণি

===অনুবাদ===
* ভাৰতবৰ্ষৰ বুৰঞ্জী
===অন্যান্য===
* অসমীয়া ভাষা আৰু সাহিত্য
* পত্ৰলেখা
* কাঁহুদী আৰু খাৰলি
* সম্পাদকৰ চ'ৰা
*[[লক্ষ্মীনাথ বেজবৰুৱাৰ চিঠি]]

[[Category:লিখক]]