Difference between revisions 337168 and 338235 on sourceswiki

'''লক্ষ্মীনাথ বেজবৰুৱা''' ([[w:en:Laxminath Bezbarua|Laxminath Bezbarua]])  (১৮৬৮-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক।  কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে৷
==বেজবৰুৱাৰ সাহিত্যৰাজি==
===আত্ম-জীৱনী আৰু জীৱনী===
* [[মোৰ জীৱন সোঁৱৰণ]]
(contracted; show full)*[[বিষয় আৰু বিষয়া]]
*[[সমাজিক]]
*[[প্ৰত্নতত্ব]]
*[[বাতৰি কাকতৰ জাননী]]
*[[অসমীয়া জাতি ডাঙৰ জাতি]]
{{col-break}}
*[[কবিতা]]
*[[জী
িকাৰ উপায়]]
*[[বৰবৰুৱাৰ বিয়া]]
*[[বৰবৰুৱাৰ ’ফটোগ্ৰাফ’]]
*[[ঢেঁকী-কবি]]
*[[ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ]]
{{col-break}}
*[[ৰাজেন্দ্ৰলাল মিত্ৰ]]
*[[কৃপাবৰ বৰুৱা]]
*[[চুমা-বিজ্ঞান]]
*[[কাপ আৰু কাকতৰ কথোপকথন]]
*[[কাকতৰ টোপোলাৰ পোষ্টমৰ্টম]]
{{col-end}}

*'' কৃপাবৰ বৰুৱাৰ ওভতনি''

*''বৰবৰুৱাৰ বুলনি''

*''বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (প্ৰথম খণ্ড)''

*''বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড)''

*''বৰবৰুৱাৰ চিন্তাৰ শিলগুটি''

*''বৰবৰুৱাৰ সাহিত্যিক ৰহস্য''

*''কৃপাবৰ বৰুৱাৰ সামৰণি''

===অনুবাদ===
* ভাৰতবৰ্ষৰ বুৰঞ্জী
===অন্যান্য===
* অসমীয়া ভাষা আৰু সাহিত্য
* পত্ৰলেখা
* কাঁহুদী আৰু খাৰলি
* সম্পাদকৰ চ'ৰা
*[[লক্ষ্মীনাথ বেজবৰুৱাৰ চিঠি]]

[[Category:লিখক]]