Revision 334760 of "দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিত" on sourceswiki

{{সপ্তকাণ্ড ৰামায়ণ}}

      '''২১ অধ্যায়''' 

&nbsp; &nbsp; &nbsp; <big>'''দশৰথৰ গৃহত নাৰায়ণৰ অংশৰ স্থিতি'''</big>

:::দুলৰি ।

ৰাজা লঙ্কেশ্বৰে,&nbsp; &nbsp; &nbsp; &nbsp; উপদ্ৰবৱ কৰে,

&nbsp; &nbsp; &nbsp; &nbsp;জিনিয়া এ ত্ৰিভুবন ।

বসে পৰাক্ৰমে,&nbsp; &nbsp; &nbsp; &nbsp; ইতিনি লোকত,

&nbsp; &nbsp; &nbsp; &nbsp;সম নাহি একো জন ॥১ 

তাৰ পৰাভৱ,&nbsp; &nbsp; &nbsp; &nbsp;সহিতে নাপাৰি,

&nbsp; &nbsp; &nbsp; &nbsp;ত্ৰিদশ দেৱতাগণ ।