Revision 336275 of "Author:লক্ষ্মীনাথ বেজবৰুৱা" on sourceswiki

'''লক্ষ্মীনাথ বেজবৰুৱা''' ([[w:en:Laxminath Bezbarua|Laxminath Bezbarua]])  (১৮৬৮-১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ এজন পথ-প্ৰদৰ্শক।  কবিতা, নাটক,গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, প্ৰহসন, জীৱনী, আত্মজীৱনী, শিশুসাহিত্য, ইতিহাস অধ্যয়ন, সাংবাদিকতা আদি সকলো দিশতে বেজবৰুৱাৰ অৱদান অমূল্য। কৃপাবৰ বৰুৱা ছদ্মনামত বেজবৰুৱাই সাহিত্য সৃষ্টি কৰি এজন সমাজ সংস্কাৰক হিচাপেও চিনাকি দিছে৷
==বেজবৰুৱাৰ সাহিত্যৰাজি==
===আত্ম-জীৱনী আৰু জীৱনী===
* [[মোৰ জীৱন সোঁৱৰণ]]
* [[ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত]]
* [[শ্ৰীশ্ৰী শংকৰদেৱ]]
* [[শ্ৰীশ্ৰী শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱ]]
===চিন্তাশীল ৰচনা===
* [[তত্ত্বকথা]]
* [[শ্ৰীকৃষ্ণকথা]]
* [[ভগৱৎ কথা]]
===উপন্যাস===
* [[পদুমকুঁৱৰী]]
===গল্প পুথি===
* [[সুৰভি]]
* [[সাধুকথাৰ কুঁকি]]
* [[জোনবিৰি]]
* [[কেহোঁকলি]]
===সাধুকথা আৰু শিশু সাহিত্য===
''বুঢ়ী আইৰ সাধু'' <br/>
ইয়াত থকা সাধুকেইটা হ'ল:
{{multicol}}
* [[মেকুৰীৰ জীয়েকৰ সাধু]]
* [[বান্দৰ আৰু শিয়াল]]
* [[ঔ-কুঁৱৰী]]
* [[ঢোঁৰাকাউৰী আৰু টিপচীচৰাই]]
* [[এজনী মালিনী আৰু এজোপাৰ ফুল]]
* [[বুধিয়ক শিয়াল]]
* [[বাঘ আৰু কেঁকোৰা]]
* [[তেজীমলা]]
* [[বুঢ়া-বুঢ়ী আৰু শিয়াল]]
* [[দীঘল ঠেঙীয়া]]
{{col-break}}
* [[গঙ্গাটোপ]]
* [[নুমলীয়া পো]]
* [[সৰবজান]]
* [[এটা শিঙৰা মাছৰ কথা]]
* [[এটা বলী মানুহ]]
* [[চিলনী জীয়েকৰ সাধু]]
* [[তুলা আৰু তেজা]]
* [[কটা যোৱা নাক,খাৰণী দি ঢাক]]
* [[তীখৰ আৰু চুটিবাই]]
* [[চম্পাৱতী]]
{{col-break}}
* [[জৰদগৱ ৰজাৰ উপাখ্যান]]
* [[পানেশৈ]]
* [[জোঁৱাইৰ সাধু]]
* [[কুকুৰীকণা]]
* [[ভেকুলীৰ সাধু]]
* [[তাৱৈয়েকৰ সাধু]]
* [[লটকন]]
* [[লখিমী তিৰোতা]]
* [[দুই বুধিয়ক]]
* [[কাঞ্চনী]]
{{col-end}}

''ককাদেউতা আৰু নাতিল’ৰা''<br/>
ইয়াত থকা সাধুকেইটা হ'ল:
* [[জুনুকা]]
===কবিতা===
* [[মালতী]]
* [[বসন্ত]]
===বৈষয়িক গদ্য===
* [[বাখৰ]]
* [[কামত কৃতিত্ব লভিবৰ সংকেত]]
===নাটক===
'''ধেমেলীয়া নাটক (প্ৰহসন)'''
* [[লিতিকাই]]
* [[নোমল]]
* [[পাচনি]]
* [[চিকৰপতি নিকৰপতি]]
'''নাটৰ কুকি'''
* [[গদাধৰ ৰজা]]
* [[বাৰেমতৰা]]
* [[হ-য-ব-ৰ-ল]]
* [[হেমলেত]]
* [[মঙলা]]
'''বুৰঞ্জীমূলক নাটক'''
* [[চক্ৰধ্বজ সিংহ]]
* [[জয়মতী কুঁৱৰী]]
* [[বেলিমাৰ]]
===ৰস ৰচনা বা হাস্যৰসাত্মক ৰচনা===
* কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা
* কৃপাবৰ বৰুৱাৰ ওভতনি
* বৰবৰুৱাৰ বুলনি
* বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (প্ৰথম খণ্ড)
* বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি (দ্বিতীয় খণ্ড)
* বৰবৰুৱাৰ চিন্তাৰ শিলগুটি
* বৰবৰুৱাৰ সাহিত্যিক ৰহস্য
* কৃপাবৰ বৰুৱাৰ সামৰণি
===অনুবাদ===
* ভাৰতবৰ্ষৰ বুৰঞ্জী
===অন্যান্য===
* অসমীয়া ভাষা আৰু সাহিত্য
* পত্ৰলেখা
* কাঁহুদী আৰু খাৰলি
* সম্পাদকৰ চ'ৰা
*[[লক্ষ্মীনাথ বেজবৰুৱাৰ চিঠি]]

[[Category:অসমীয়া]]