Revision 336475 of "Author:ৰজনীকান্ত বৰদলৈ" on sourceswiki'''ৰজনীকান্ত বৰদলৈ''' ([[w:en:Rajanikanta Bordoloi|RajanikantaBordoloi]]) (১৮৬৭-১৯৪০) ‘জোনাকী যুগ’ত অসমীয়া সাহিত্য প্ৰতিষ্ঠাৰ বাবে আশাশুধীয়া প্ৰচেষ্টা চলোৱা ব্যক্তি সকলৰ ভিতৰত অন্যতম লেখত ল’বলগীয়া ব্যক্তি। অসমীয়া উপন্যাসৰ পিতা উপন্যাস - সম্ৰাট ৰজনীকান্ত বৰদলৈৰ হাততে অসমীয়া উপন্যাসে পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰে। অতীত অসমৰ বহুতো গৌৰৱময় আৰু অশ্ৰুসিক্ত লৌমাহৰ্ষক কাহিনী উপন্যাসৰ মাজেৰে পোহৰলৈ অনা ৰজনীকান্ত বৰদলৈক অসমীয়া সহিত্যত উপন্যাস-সমৰাট, অসমীয়া উপন্যাসৰ পিতা, অসমীয়া স্কট, অসমৰ বংকিমচন্দ্ৰ আদি নানা আখ্যাৰে সন্মানিত কৰা হৈছে। ==ৰজনীকান্ত বৰদলৈ সাহিত্যৰাজি== ===উপন্যাস=== # [[মিৰি জীয়ৰী]] # [[মনোমতী]] (১৯০০), # [[দন্দুৱাদ্ৰোহ]] (১৯০৯), # [[ৰঙ্গিলী]] (১৯২৫), # [[নিৰ্ম্মল ভকত]] (১৯২৬), # [[তাম্ৰেশ্বৰী মন্দিৰ]] (১৯২৬), # [[ৰহদৈ লিগিৰী]] (১৯৩০), # [[ৰাধা-ৰুক্মিণীৰ ৰণ]] # [[খাম্বা-থুইবীৰ সাধু]] ===গল্পসম্ভাৰ=== # [[গা-ধন]] (১৯৩১) # [[প্ৰেমৰ উপাসক]] (১৯৩২) # [[সৌন্দৰ্যৰ উপাসক]] (১৯৩২) [[Category:অসমীয়া]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://sources.wikipedia.org/w/index.php?oldid=336475.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|