Revision 336533 of "Author:বিষ্ণু প্ৰসাদ ৰাভা" on sourceswiki

'''বিষ্ণুপ্ৰসাদ ৰাভা''' ([[w:en:Bishnu Prasad Rabha|Bishnu Prasad Rabha]]) (৩১ জানুৱাৰী,১৯০৯- ২০ জুন,১৯৬৯) অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল৷ তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ শ্ৰদ্ধা জনাই বাৰাণসীৰ এক নৃত্যানুষ্ঠানত ড: সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু উপাধি প্ৰদান কৰিছিল৷

==কথাছবি==
# [[চিৰাজ (ফণী শৰ্মাৰ লগত যুটীয়াভাবে পৰিচালনা আৰু ভূপেন হাজৰিকাৰ সৈতে যুটীয়াভাবে সংগীত পৰিচালনা)]]
# এৰাবাটৰ সুৰ, চিৰাজ আৰু প্ৰতিধ্বনি কথাছবিত ক্ৰমে ভুজলুং ককা, আঘোণা আৰু খাচী ৰজা চিয়েমৰ চৰিত্ৰত অভিনয়

==কথাছবিৰ নৃত্য পৰিচালনা==
# [[জয়মতী আৰু মনোমতী]]

==সাহিত্যকৰ্ম==
===প্ৰকাশিত পুথি===
# [[সোণপাহী (গল্প সংকলন)]]
# [[মিচিং কনেং (উপন্যাস)]]
# [[অসমীয়া কৃষ্টিৰ চমু আভাস (বক্তৃতা)]]
# [[অসমীয়া কৃষ্টি (বক্তৃতা)]]
# [[অতীত অসম]]
# [[মুক্তি দেউল (সংগীতালেখ্য)]]

===সংগীত===
কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে বহুতো কালজয়ী গীত ৰচনা কৰি থৈ গৈছে । তেখেতে লেখা গীতবোৰ ৰাভা-সঙ্গীত হিচাবে পৰিচিত। তাৰে কিছুমানইয়াত উল্লেখ কৰা হ’ল|
# [[পৰজনমৰ শুভলগনত]]
# [[লগন উকলি গ'ল]]
# [[ব’ল ব’ল ব’ল কৃষক শক্তি দল]]
# [[ভাং ভাং ভাং ভাং, লোহাৰ শিকলি চিঙ]]
# [[আজলি হিয়াৰ মাজে, বিজুলী বান মাৰে]]
# [[লগন উকলি গ’ল, তেওযে নহ’ল কোৱা]]
# [[নাহৰ ফুলে নুশুৱায়, তগৰ ফুলে শুৱাব]]
# [[পৰজনমৰ শুভলগনত, যদিহে আমাৰ হয় দেখা]]
# [[টিলাই টিলাই, ঘূৰি ফুৰে উলাহেৰে, খাম্‌টি ছোৱালী]]
# [[অলিয়া বলিয়া কৃষ্ণাই কলীয়া ভাল]]
# [[অ’ গুৰু মোৰ শংকৰ তৰিবৰে কিনো উপায়]]
# [[অ’ মোৰ নাৱৰ ভৰষা নাইৰে]]
# [[আজি মন্দিৰ দুৱাৰ খোলা]]
# [[বিশ্বৰ ছন্দে ছন্দে মহানন্দে আনন্দে নাচা]]
# [[অ’ পূজাৰী আদৰি, দিলোঁ এই বৰণ শৰাই]]
# [[সুৰৰে দেউলৰে ৰূপৰে শিকলি]]
# [[বিলতে হালিছে ধুনীয়া পদুমী]]
# [[অ’ অসমীয়া ডেকা দল, আজি তোৰে তেজাল বদন]]
# [[আজলী ছোৱালী নানা ফুলে তুলি, আনিলোঁ আঁচল ভৰাই]]
# [[মোৰ জীৱনৰ আকাশতে, ইন্দ্ৰধনু গঢ়িম]]
# [[মোৰ কবিতাৰ ছন্দ লাগি, স্পন্দন তোৰ জাগেনে]]
# [[উটি যা ৰূপালী নাওঁ]]
# [[সোনৰে সপোন ভাঙি]]
# [[এয়ে মোৰ শেষ গান]]

===চিঠি পত্ৰ===
# [[বিষ্ণু ৰাভাই তিলক দাসলৈ দিয়া চিঠি]]



[[Category:লিখক]]