Difference between revisions 102075 and 102076 on aswiki{{Infobox film | name = Water | image = Water (2005 film) cover art.jpg | caption = Film poster | director = [[Deepa Mehta]] | producer = [[David Hamilton (Canadian producer)|David Hamilton]] | writer = [[Deepa Mehta]] (writer)
[[Anurag Kashyap (director)|Anurag Kashyap]] | starring = [[Seema Biswas]]
[[Lisa Ray]]
[[John Abraham (actor)|John Abraham]]
[[Sarala Kariyawasam]]
Manorama (contracted; show full)িখন প্রদর্শিত হ'বলগা ছবিঘৰসমূহত আক্রমণৰ যো-জা কৰিছিল। চিত্রগ্রহণ আৰম্ভ হোৱাৰ আগদিনা ছবিৰ শিল্পী তথা কলা-কুশলীৰ দলটোৱে খবৰ পায় যে ছবিৰ চিত্রগ্রহণৰ স্থানসমূহৰ বাবে অনুজ্ঞাত কিছু অসুবিধা আছে। পৰৱর্ত্তী দিনটোত তেওঁলোকে জানিবলৈ পায় যে ২০০০ বিক্ষোভকাৰীয়ে ছবিৰ মূল ছেটটো ধ্বংস কৰি অৱশিষ্টসমূহ [[গঙ্গা নদী]]ত দলিয়াই পেলায়। পিছত এই কথা পোহৰলৈ আহে যে এই সকলোবোৰ ঘটনাৰ মূলতে আছিল ছবিখনৰ বিষয়বস্তুৰ বিষয়ে অনা মিছা অভিযোগ। বিক্ষোভকাৰী [[অৰুণ পাঠকে]] ছবিখনৰ নির্মাণ বন্ধ কৰিবৰ বাবে আমৰণ-বিক্ষোভৰো আয়োজন কৰিছিল। ⏎ ⏎ ইয়াৰপৰা উদ্ভৱ হোৱা মানসিক চাপ আৰু আর্থিক সংকটৰ বাবে মেহতাই যঠেষ্ট সংগ্রাম কৰিবলগা হয় আৰু পিছলৈ তেওঁ ভাৰতৰ সলনি [[শ্রীলংকা]]ত ৱাটাৰৰ চিত্রগ্রহণ কৰিবলগাত পৰে। অৱশেষত নতুন অভিনয় শিল্পী আৰু এক ভুৱা নামেৰে (ৰিভাৰ মুন) মেহতাই ছবিখন নির্মাণ কৰিবলৈ সক্ষম হয়। মেহতাৰ কন্যা [[দেৱযানী ছল্টছমানে]] 'শ্বুটিং ৱাটাৰ : এ মাডাৰ-ড'টাৰ জার্ণি এণ্ড দ্য মেকিং অফ দ্য ফিল্ম ' নামৰ গ্রন্থত ছবিখন নির্মাণৰ বাবে কৰিবলগা হোৱা সংগ্রামৰ কথা লিপিৱদ্ধ কৰিছে।⏎ ⏎ ==তথ্য সংগ্রহ== {{reflist}} ==বাহ্যিক সংযোগ== All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=102076.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.