Difference between revisions 102076 and 102077 on aswiki{{Infobox film | name = Water | image = Water (2005 film) cover art.jpg | caption = Film poster | director = [[Deepa Mehta]] | producer = [[David Hamilton (Canadian producer)|David Hamilton]] | writer = [[Deepa Mehta]] (writer)
[[Anurag Kashyap (director)|Anurag Kashyap]] | starring = [[Seema Biswas]]
[[Lisa Ray]]
[[John Abraham (actor)|John Abraham]]
[[Sarala Kariyawasam]]
Manorama (contracted; show full)ূহক এক ঋণাত্মক ৰূপত উপস্থাপন কৰা কার্যৰ বিৰোধিতা কৰিছিল। বিক্ষোভকাৰীসকলে প্রতিবাদৰ লগতে ছবিখন প্রদর্শিত হ'বলগা ছবিঘৰসমূহত আক্রমণৰ যো-জা কৰিছিল। চিত্রগ্রহণ আৰম্ভ হোৱাৰ আগদিনা ছবিৰ শিল্পী তথা কলা-কুশলীৰ দলটোৱে খবৰ পায় যে ছবিৰ চিত্রগ্রহণৰ স্থানসমূহৰ বাবে অনুজ্ঞাত কিছু অসুবিধা আছে। পৰৱর্ত্তী দিনটোত তেওঁলোকে জানিবলৈ পায় যে ২০০০ বিক্ষোভকাৰীয়ে ছবিৰ মূল ছেটটো ধ্বংস কৰি অৱশিষ্টসমূহ [[গঙ্গা নদী]]ত দলিয়াই পেলায়। পিছত এই কথা পোহৰলৈ আহে যে এই সকলোবোৰ ঘটনাৰ মূলতে আছিল ছবিখনৰ বিষয়বস্তুৰ বিষয়ে অনা মিছা অভিযোগ। বিক্ষোভকাৰী [[অৰুণ পাঠকে]] ছবিখনৰ নির্মাণ বন্ধ কৰিবৰ বাবে আমৰণ-বিক্ষোভৰো আয়োজন কৰিছিল।⏎ ⏎ <ref name="note3">{{cite web | author=Jasmine Yuen-Carrucan | year=| title=''The Politics of Deepa Mehta's Water''| url=http://www.brightlightsfilm.com/28/water.html | work= | accessdate=8 May 2006 }}</ref> বিক্ষোভকাৰী [[অৰুণ পাঠকে]] ছবিখনৰ নির্মাণ বন্ধ কৰিবৰ বাবে আমৰণ-বিক্ষোভৰো আয়োজন কৰিছিল।<ref>{{cite web |url=http://www.hindu.com/2000/02/07/stories/01070005.htm |title='Water' shooting stopped again, Mehta 'asked to leave Varanasi' |author= |date= |work=[[The Hindu]] |publisher=[[The Hindu Group]] |date=6 February 2000 |accessdate=20 October 2011}}</ref> ইয়াৰপৰা উদ্ভৱ হোৱা মানসিক চাপ আৰু আর্থিক সংকটৰ বাবে মেহতাই যঠেষ্ট সংগ্রাম কৰিবলগা হয় আৰু পিছলৈ তেওঁ ভাৰতৰ সলনি [[শ্রীলংকা]]ত ৱাটাৰৰ চিত্রগ্রহণ কৰিবলগাত পৰে।<ref name="note3"/> অৱশেষত নতুন অভিনয় শিল্পী আৰু এক ভুৱা নামেৰে (ৰিভাৰ মুন) মেহতাই ছবিখন নির্মাণ কৰিবলৈ সক্ষম হয়। মেহতাৰ কন্যা [[দেৱযানী ছল্টছমানে]] 'শ্বুটিং ৱাটাৰ : এ মাডাৰ-ড'টাৰ জার্ণি এণ্ড দ্য মেকিং অফ দ্য ফিল্ম ' নামৰ গ্রন্থত ছবিখন নির্মাণৰ বাবে কৰিবলগা হোৱা সংগ্রামৰ কথা লিপিৱদ্ধ কৰিছে।<ref name="note3"/> ==তথ্য সংগ্রহ== {{reflist}} ==বাহ্যিক সংযোগ== All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=102077.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.