Difference between revisions 102077 and 102078 on aswiki{{Infobox film | name = Water | image = Water (2005 film) cover art.jpg | caption = Film poster | director = [[Deepa Mehta]] | producer = [[David Hamilton (Canadian producer)|David Hamilton]] | writer = [[Deepa Mehta]] (writer)
[[Anurag Kashyap (director)|Anurag Kashyap]] | starring = [[Seema Biswas]]
[[Lisa Ray]]
[[John Abraham (actor)|John Abraham]]
[[Sarala Kariyawasam]]
Manorama (contracted; show full)মনোনীত: * ২০০৭, শ্রেষ্ঠ বিদেশী ভাষাৰ ছবিৰ অস্কাৰ বঁটা (এই শিতানত মনোনয়ন লাভ কৰা কানাডাৰ প্রথম অ-ফৰাছী কানাডিয়ান ছবি) * ২০০৭, শ্রেষ্ঠ বিদেশী ভাষাৰ ছবিৰ ব্রডকাষ্ট ফিল্ম ক্রিটিকছ এচ'চিয়েছন এৱার্ড * ২০০৬, প্রকাশৰ স্বাধীনতাৰ (Freedom of Expression) নেচনেল বর্ড অফ ৰিভিউ (এন বি আৰ) এৱার্ড ===সমালোচনা=== ==সংগীত== == মতবিৰোধবিতর্ক== প্রথমাৱস্থাত পৰিচালক [[দীপা মেহতা]]ই ২০০০ চনৰ ফেব্রুৱাৰীতেই [[শ্বাবানা আজমী]], [[নন্দিতা দাস]] আৰু [[অক্ষয় কুমাৰ]]ক অভিনয় শিল্পী হিচাপে লৈ ৱাটাৰ নির্মাণৰ বাবে আগবাঢ়িছিল। তেওঁৰ পূর্বৱর্ত্তী ছবি ফায়াৰে ভাৰতীয় শাসনতন্ত্রৰ গোড়া পক্ষৰ শত্রুতা আর্জিছিল যি তেওঁৰ বিষয়বস্তু আৰু ৰক্ষণশীল পৰিয়ালসমূহক এক ঋণাত্মক ৰূপত উপস্থাপন কৰা কার্যৰ বিৰোধিতা কৰিছিল। বিক্ষোভকাৰীসকলে প্রতিবাদৰ লগতে ছবিখন প্রদর্শিত হ'বলগা ছবিঘৰসমূহত আক্রমণৰ যো-জা কৰিছিল। চিত্রগ্রহণ আৰম্ভ হোৱাৰ আগদিনা ছবিৰ শিল্পী তথা কলা-কুশলীৰ দলটোৱে খ(contracted; show full)মেহতাই যঠেষ্ট সংগ্রাম কৰিবলগা হয় আৰু পিছলৈ তেওঁ ভাৰতৰ সলনি [[শ্রীলংকা]]ত ৱাটাৰৰ চিত্রগ্রহণ কৰিবলগাত পৰে।<ref name="note3"/> অৱশেষত নতুন অভিনয় শিল্পী আৰু এক ভুৱা নামেৰে (ৰিভাৰ মুন) মেহতাই ছবিখন নির্মাণ কৰিবলৈ সক্ষম হয়। মেহতাৰ কন্যা [[দেৱযানী ছল্টছমানে]] 'শ্বুটিং ৱাটাৰ : এ মাডাৰ-ড'টাৰ জার্ণি এণ্ড দ্য মেকিং অফ দ্য ফিল্ম ' নামৰ গ্রন্থত ছবিখন নির্মাণৰ বাবে কৰিবলগা হোৱা সংগ্রামৰ কথা লিপিৱদ্ধ কৰিছে।<ref name="note3"/> ==তথ্য সংগ্রহ== {{reflist}} ==বাহ্যিক সংযোগ== All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=102078.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.