Difference between revisions 102078 and 102081 on aswiki

{{Infobox film
| name           = Water
| image          = Water (2005 film) cover art.jpg
| caption        = Film poster
| director       = [[Deepa Mehta]]
| producer       = [[David Hamilton (Canadian producer)|David Hamilton]]
| writer         = [[Deepa Mehta]] (writer)
[[Anurag Kashyap (director)|Anurag Kashyap]]
| starring       = [[Seema Biswas]]
[[Lisa Ray]]
[[John Abraham (actor)|John Abraham]]
[[Sarala Kariyawasam]]
Manorama
(contracted; show full)মেহতাই যঠেষ্ট সংগ্রাম কৰিবলগা হয় আৰু পিছলৈ তেওঁ ভাৰতৰ সলনি [[শ্রীলংকা]]ত ৱাটাৰৰ চিত্রগ্রহণ কৰিবলগাত পৰে।<ref name="note3"/> অৱশেষত নতুন অভিনয় শিল্পী আৰু এক ভুৱা নামেৰে (ৰিভাৰ মুন) মেহতাই ছবিখন নির্মাণ কৰিবলৈ সক্ষম হয়। মেহতাৰ কন্যা [[দেৱযানী ছল্টছমানে]] 'শ্বুটিং ৱাটাৰ : এ মাডাৰ-ড'টাৰ জার্ণি এণ্ড দ্য মেকিং অফ দ্য ফিল্ম ' নামৰ গ্রন্থত ছবিখন নির্মাণৰ বাবে কৰিবলগা হোৱা সংগ্রামৰ কথা লিপিৱদ্ধ কৰিছে।<ref name="note3"/>

==তথ্য সংগ্রহ==
{{reflist}}
==বাহ্যিক সংযোগ==

* {{Rotten-tomatoes|water|Water}}
* {{mojo title|water06|Water}}
* {{IMDb title|0240200|Water}}
* Displacing Androcracy: Cosmopolitan Partnerships in Bapsi Sidhwa’s Water http://epress.lib.uts.edu.au/journals/index.php/mcs/article/view/2293/0