Difference between revisions 102081 and 104631 on aswiki{{Infobox film | name = Water | image = Water (2005 film) cover art.jpg | caption = Film poster | director = [[Deepa Mehta]] | producer = [[David Hamilton (Canadian producer)|David Hamilton]] | writer = [[Deepa Mehta]] (writer)
[[Anurag Kashyap (director)|Anurag Kashyap]] | starring = [[Seema Biswas]]
[[Lisa Ray]]
[[John Abraham (actor)|John Abraham]]
[[Sarala Kariyawasam]]
Manorama (contracted; show full) মনোনীত: * ২০০৭, শ্রেষ্ঠ বিদেশী ভাষাৰ ছবিৰ অস্কাৰ বঁটা (এই শিতানত মনোনয়ন লাভ কৰা কানাডাৰ প্রথম অ-ফৰাছী কানাডিয়ান ছবি) * ২০০৭, শ্রেষ্ঠ বিদেশী ভাষাৰ ছবিৰ ব্রডকাষ্ট ফিল্ম ক্রিটিকছ এচ'চিয়েছন এৱার্ড * ২০০৬, প্রকাশৰ স্বাধীনতাৰ (Freedom of Expression) নেচনেল বর্ড অফ ৰিভিউ (এন বি আৰ) এৱার্ড ===সমালোচনা=== ⏎ চলচ্চিত্রখন [[লছ এঞ্জেলছ টাইমছ]]ত কেভিন থমাছৰদ্বাৰা উচ্চ প্রশংসিত হয়: চলচ্চিত্রনির্মাতা হিচাপে আবেগিকভাৱে উত্সর্গিত মেহতাই কোনো উপদেশ নিদিয়ে কিন্তু তাৰ পৰিৱর্ত্তে এক পূর্ণ শক্তিশালী ৰূপত আভ্যন্তৰীণ সমস্যাৰ কাহিনী কয়। ১৯৩৮ চনত ইংৰাজ শাসনাধীন ভাৰতৰ পটভূমিত নির্মিত "ৱাটাৰ" বহিস্কৃত বিধৱাসকলৰ নির্মম জীৱনৰ বৈপৰীত্যৰূপী পবিত্র গঙ্গা নদীৰ পাৰৰ ইয়াৰ ৰমণীয় পটভূমিৰ দৰেই মনোৰম। ছবিখনে তেতিয়ালৈকে বিচার্য নোহোৱা তেওঁলোকৰ দুর্দশাৰ প্রতি ক্ষোভত ফাটি পৰিছে, আৰু এক কাব্যিক গুণ বহন কৰিছে। যিয়েই নঘটক কিয়, জীৱনটো গঙ্গাৰ দৰেই অবিৰতভাৱে বৈ যায়। মেহতাই তেওঁৰ চৌপাশৰ লোকসকলক পৌৰাণিক ধর্মীয় লিখনিৰ নির্দেশৰদ্বাৰা প্রভাৱিত এক নিষ্ঠুৰ আৰু আওপুৰণি প্রথাৰদ্বাৰা বন্দী তথা অন্ধ হৈ বিধৱাসকলক আর্থিক সকাহ দিয়াৰ পৰা মুক্ত হোৱাৰ দৰে পাৰিবাৰিক আকাংক্ষা পোষণ কৰা দেখিছে। ফলস্বৰূপে, তেওঁ অতিশয় গ্রহণযোগ্য আৰু সুন্দৰভাৱে গঢ় দিয়া কাহিনীটোত যুক্তিসংগত বিনোদ যোগ কৰিবলৈ সক্ষম হৈছে। "ৱাটাৰ" এক ভিন্ন প্রাচুর্য আৰু জটিলতাৰে উদ্ভাসিত হৈছে।⏎ ==সংগীত== ==বিতর্ক== প্রথমাৱস্থাত পৰিচালক [[দীপা মেহতা]]ই ২০০০ চনৰ ফেব্রুৱাৰীতেই [[শ্বাবানা আজমী]], [[নন্দিতা দাস]] আৰু [[অক্ষয় কুমাৰ]]ক অভিনয় শিল্পী হিচাপে লৈ ৱাটাৰ নির্মাণৰ বাবে আগবাঢ়িছিল। তেওঁৰ পূর্বৱর্ত্তী ছবি ফায়াৰে ভাৰতীয় শাসনতন্ত্রৰ গোড়া পক্ষৰ শত্রুতা আর্জিছিল যি তেওঁৰ বিষয়বস্তু আৰু ৰক্ষণশীল পৰিয়ালসমূহক এক ঋণাত্মক ৰূপত উপস্থাপন কৰা কার্যৰ বিৰোধিতা কৰিছিল। বিক্ষোভকাৰীসকলে প্রতিবাদৰ লগতে ছবিখন প্রদর্শিত হ'বলগা ছবিঘৰসমূহত আক্রমণৰ যো-জা কৰিছিল। চিত্রগ্রহণ আৰম্ভ হোৱাৰ আগদিনা ছবিৰ শিল্পী তথা(contracted; show full) ==তথ্য সংগ্রহ== {{reflist}} ==বাহ্যিক সংযোগ== * {{Rotten-tomatoes|water|Water}} * {{mojo title|water06|Water}} * {{IMDb title|0240200|Water}} * Displacing Androcracy: Cosmopolitan Partnerships in Bapsi Sidhwa’s Water http://epress.lib.uts.edu.au/journals/index.php/mcs/article/view/2293/0 All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=104631.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.