Difference between revisions 104631 and 104632 on aswiki

{{Infobox film
| name           = Water
| image          = Water (2005 film) cover art.jpg
| caption        = Film poster
| director       = [[Deepa Mehta]]
| producer       = [[David Hamilton (Canadian producer)|David Hamilton]]
| writer         = [[Deepa Mehta]] (writer)
[[Anurag Kashyap (director)|Anurag Kashyap]]
| starring       = [[Seema Biswas]]
[[Lisa Ray]]
[[John Abraham (actor)|John Abraham]]
[[Sarala Kariyawasam]]
Manorama
(contracted; show full)োকৰ দুর্দশাৰ প্রতি ক্ষোভত ফাটি পৰিছে, আৰু এক কাব্যিক গুণ বহন কৰিছে। যিয়েই নঘটক কিয়, জীৱনটো গঙ্গাৰ দৰেই অবিৰতভাৱে বৈ যায়। মেহতাই তেওঁৰ চৌপাশৰ লোকসকলক পৌৰাণিক ধর্মীয় লিখনিৰ নির্দেশৰদ্বাৰা প্রভাৱিত এক নিষ্ঠুৰ আৰু আওপুৰণি প্রথাৰদ্বাৰা বন্দী তথা অন্ধ হৈ বিধৱাসকলক আর্থিক সকাহ দিয়াৰ পৰা মুক্ত হোৱাৰ দৰে পাৰিবাৰিক আকাংক্ষা পোষণ কৰা দেখিছে। ফলস্বৰূপে, তেওঁ অতিশয় গ্রহণযোগ্য আৰু সুন্দৰভাৱে গঢ় দিয়া কাহিনীটোত যুক্তিসংগত বিনোদ যোগ কৰিবলৈ সক্ষম হৈছে। "ৱাটাৰ" এক ভিন্ন প্রাচুর্য আৰু জটিলতাৰে উদ্ভাসিত হৈছে।
<ref>{{cite news|url=http://movies.nytimes.com/2006/04/28/movies/28wate.html|title=Movie Review: Water (2005): NYT Critics' Pick|last=Catsoulis|first=Jeannette|date=April 28, 2006|work=New York Times}}</ref>

==সংগীত==
==বিতর্ক==
প্রথমাৱস্থাত পৰিচালক [[দীপা মেহতা]]ই ২০০০ চনৰ ফেব্রুৱাৰীতেই [[শ্বাবানা আজমী]], [[নন্দিতা দাস]] আৰু [[অক্ষয় কুমাৰ]]ক অভিনয় শিল্পী হিচাপে লৈ ৱাটাৰ নির্মাণৰ বাবে আগবাঢ়িছিল। তেওঁৰ পূর্বৱর্ত্তী ছবি ফায়াৰে ভাৰতীয় শাসনতন্ত্রৰ গোড়া পক্ষৰ শত্রুতা আর্জিছিল যি তেওঁৰ বিষয়বস্তু আৰু ৰক্ষণশীল পৰিয়ালসমূহক এক ঋণাত্মক ৰূপত উপস্থাপন কৰা কার্যৰ বিৰোধিতা কৰিছিল। বিক্ষোভকাৰীসকলে প্রতিবাদৰ লগতে ছবিখন প্রদর্শিত হ'বলগা ছবিঘৰসমূহত আক্রমণৰ যো-জা কৰিছিল। চিত্রগ্রহণ আৰম্ভ হোৱাৰ আগদিনা ছবিৰ শিল্পী তথ(contracted; show full)

==তথ্য সংগ্রহ==
{{reflist}}
==বাহ্যিক সংযোগ==
* {{Rotten-tomatoes|water|Water}}
* {{mojo title|water06|Water}}
* {{IMDb title|0240200|Water}}
* Displacing Androcracy: Cosmopolitan Partnerships in Bapsi Sidhwa’s Water http://epress.lib.uts.edu.au/journals/index.php/mcs/article/view/2293/0