Difference between revisions 104314 and 108291 on aswiki{{প্ৰতিলিপি}} গোলকীয় উষ্ণতা বৃদ্ধি বরৰ্তমান বিশ্বত এটা প্রৰধান আন্ত:ৰাষ্ট্রৰীয় সমস্যাৰূপে চিহ্নিত হৈছে। এই সমস্যা এবছৰ বা দুবছৰতে গা কৰি উঠা সমস্যা নহয়। বহু বছৰ আগৰ পৰাই উষ্ণতা বৃদ্ধি কাৰক গ্রৰীন হাউছ গেছ মানুহে অত্যধিক পৰিমাণে সৃষ্টি কৰি অহাৰ কাৰণেহে গোলকীয় উষ্ণতা বৃদ্ধি আৰু তাৰ লগে লগে জলবায়ুৰ পৰিৱরৰ্তন হ’ব ধৰিছে। গ্রৰীন হাউছ গেছবিলাকৰ ভিতৰত কেৱল কারৰ্বন-ডাই-অক্সাইড গেছেহে উষ্ণতা বৃদ্ধিত অৰিহণা যোগাই আহিছে বুলি পৰিবেশ বিজ্ঞানী তথা সচেতন মহলে মত প্রৰকাশ কৰিছে। শিল্প বিপ্লৱ আৰম্ভ হোৱা দিনৰ পৰা কারৰ্বন-ডাই-অক্সাইড সৃষ্টিৰ পৰিমাণ বৃদ্ধি পাই আহিছে। কারৰ্বন-ডাই-অক্সাইডৰ পৰিমাণ কমাবৰ কাৰণে মাজে সময়ে বিশ্ব শীরৰ্ষ সন্মিলন পাতি বিজ্ঞানীসকলে আলোচনা বিলোচনা কৰি আহিছে। উদাহৰণ স্বৰূপে ১৯৯২ চনত ৰাষ্ট্রৰসংঘৰ পৰিচালনাত বিশ্বৰ ১৮৯খন দেশৰ প্রৰতিনিধিৰ দ্বাৰা ৰিঅ’ডি জেনেৰিঅ’ত শীরৰ্ষ সন্মিলন অনুষ্ঠিত হৈছিল। সন্মিলনত আমেৰিকা যুক্তৰাষ্ট্রৰ, চীন, ভাৰত আৰু ইউৰোপিয়ান দেশবিলাকৰ সকলো প্রৰতিনিধি উপস্থিত আছিল। এই সন্মিলনতে গ্রৰীন হাউছ গেছবিলাকৰ নিরৰ্গমন পৰৱরৰ্তী বছৰবিলাকত কম কৰাৰ কাৰণে সিদ্ধান্ত গ্রৰহণ কৰিছিল। জলবায়ুৰ পৰিৱরৰ্তন ৰোধ কৰাৰ কাৰণে এই সিদ্ধান্ত লোৱা অপৰিরৰ্হায আছিল। কিন্তু কারৰ্যক্ষেত্রৰত পৰৱরৰ্তী বছৰবিলাকত ইয়াৰ প্রৰতিফলন নঘটিল। ফলস্বৰূপে এনেকুৱা গেছ উৎপাদন কৰাৰ পৰিমাণ বৃদ্ধি পাই গৈ আছে। উদাহৰণস্বৰূপে আটাইতকৈ বেছি কারৰ্বন-ডাই-অক্সাইড গেছ উৎপাদন কৰা দেশ আমেৰিকা যুক্তৰাষ্ট্রৰত বরৰ্তমানেও, অরৰ্থাৎ সিদ্ধান্ত গ্রৰহণ কৰাৰ ১৫ বছৰৰ পিছতো ইয়াৰ পৰিমাণ বৃদ্ধি পাই গৈ আছে। উপযুক্ত ব্যৱস্থা নল’লে আগন্তুক বছৰবিলাকত আৰু বেছি বৃদ্ধি পাই থকাৰ সম্ভাৱনা আছে। আমেৰিকা যুক্তৰাষ্ট্রৰই ১৫ বছৰ আগতেই ব্যৱস্থা লোৱাৰ কথা প্রৰকাশ পাইছে যদিও কারৰ্যক্ষেত্রৰত কারৰ্বন-ডাই-অক্সাইডৰ নিরৰ্গমনৰ মাত্রৰা কম হোৱা দেখিবলৈ পোৱা নাযায়। ঠিক তেনেদৰে ২০০১ চনত অনুষ্ঠিত কিউটো সন্মিলনে কারৰ্বন-ডাই-অক্সাইড কমোৱাৰ বাবে করৰ্ম-পদ্ধতি আৰু ৰীতি-নীতি প্রৰস্তুত কৰি উলিয়াইছিল। কিন্তু আমেৰিকাৰ ৰাষ্ট্রৰপতি জরৰ্জ বুশ্বে কিউটোৰ প্রৰস্তাৱত চহী কৰা নাছিল। গ্রৰীন হাউছ গেছ, অরৰ্থাৎ কারৰ্বন-ডাই-অক্সাইডৰ উৎপাদন শিল্প উদ্যোগত কম কৰাটো মূল বিষয় হিচাপে লৈ ইতিমধ্যে জি-৮ দেশসমূহৰ জারৰ্মানীৰ হেলিজানডামত হোৱা সন্মিলন অন্ত পৰিছে। ১৯৮৫ চনৰ ২২ ছেপ্টেম্বৰত কানাডা, ফ্রৰান্স, জারৰ্মানী, ইটালী, ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্রৰ আৰু ১৯৯৮ চনত ছোভিয়েট ৰাছিয়াই যোগদান কৰা বিশ্বৰ আরৰ্থিকভাৱে উন্নত এই দেশসমূহকে জি-৮ নামেৰে জনা যায়। জি-৮ সন্মিলনে গ্রৰীন হাউছ গেছ কমাই জলবায়ু পৰিৱরৰ্তন হোৱাৰ পৰা ৰক্ষা পাবৰ কাৰণে আলোচনা কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্রৰই কিউটো প্রৰট’কলক সমরৰ্থন নজনালেও এইবাৰ গ্রৰীন হাউছ গেছ কম কৰাৰ বাবে প্রৰচেষ্টা চলাবলৈ মনস্থ কৰিছে। সন্মিলনত জারৰ্মানীৰ চেন্সেলৰ এঞ্জেলো মাৰকেলে আগবঢ়োৱা প্রৰস্তাৱ অনুসৰি ১৯৯০ চনত বিশ্বত থকা কারৰ্বন-ডাই-অক্সাইডৰ মাত্রৰা কমাই ২০৫০ চনত আধালৈ ৰূপান্তৰিত কৰাৰ কাৰণে প্রৰস্তাৱ দিছে লগতে সন্মিলনে চীন, ভাৰত, ব্রৰাজিল, দক্ষিণ আফ্রৰিকা, মেক্সিকো আদি উন্নয়নশীল দেশসমূহেও গ্রৰীন হাউছ গেছ উৎপাদন ৰোধ কৰিবলৈ ব্যৱস্থা লোৱাৰ হকে হেঁচা প্রৰয়োগ কৰিছে। বরৰ্তমান বিশ্বত জমা হৈ থকা গ্রৰীন হাউছ গেছবোৰৰ স্রৰষ্টা প্রৰকৃততে উন্নত দেশবিলাকহে। ভাৰতৰ নিচিনা উন্নয়নশীল বা অনুন্নত দেশবোৰ নহয়। সমীক্ষা অনুসৰি বিশ্বৰ ৮৩ শতাংশ গ্রৰীন হাইছ গেছ কেৱল জি-৮ দেশকেইখনেই প্রৰস্তুত কৰে। জনসংখ্যাৰ ফালৰ পৰা ইয়াৰ অনুপাত কেৱল ১৩ শতাংশ। অকল আমেৰিকা যুক্তৰাষ্ট্রৰই বিশ্বৰ ২৫ শতাংশ গ্রৰীন হাউছ উৎপাদন কৰে, যাৰ নেকি অনুপাত কেৱল চাৰি শতাংশহে। চীনৰ লগত তুলনা কৰিলে আমেৰিকাৰ গ্রৰীন হাউছ গেছৰ উত্পাদন ছয় গুণ পৰিমাণৰ হয় আৰু ভাৰতৰ লগত ১৮ গুণ। আমেৰিকা যুক্তৰাষ্ট্রৰৰ পিছতে চীন সরৰ্বাধিক গ্রৰীন হাইছ গেছ সৃষ্টিকাৰী দেশ আৰু এনেদৰে চলি থাকিলে অহা ২৫ বছৰত চীনৰ গ্রৰীন হাউছ প্রৰস্তুত কৰাৰ মাত্রৰা আমেৰিকা যুক্তৰাষ্ট্রৰ, ইউৰোপিয়ান ইউনিয়ন আৰু জাপানৰ গেছ উৎপাদনৰ যোগফলৰ দুগুণ হ’বগৈ। কিন্তু প্রৰতিজন ব্যক্তিৰ গড় হিচাপত প্রৰকাশ কৰিলে উন্নত দেশ সমূহৰ মাত্রৰা যথেষ্ট বেছি হয়। ১৯৯৯ চনৰ গ্রৰীন হাউছ গেছ উৎপাদনকাৰী দেশৰ গড় হিচাপ বছৰে প্রৰতি তলত উল্লেখ কৰা ধৰণেৰে পোৱা যায়- আমেৰিকা যুক্তৰাষ্ট্রৰ- ৫.৬০ টন/প্রৰতি ব্যক্তি ছোভিয়েট ৰাছিয়া- ২.৭২ টন/ প্রৰতি ব্যক্তি ইউৰোপিয়ান ইউনিয়ন- ২.৪০ টন/ প্রৰতি ব্যক্তি জাপান- ২.৪০ টন/প্রৰতি ব্যক্তি চীন- ০.৫৩ টন/ প্রৰতি ব্যক্তি ভাৰত- ০.২৫ টন/ প্রৰতি ব্যক্তি ওপৰত উল্লেখ কৰা তথ্যসমূহৰ পৰাই অসমতাৰ ছবিখন জলজল পটপটকৈ ওলাই পৰে। গতিকে উন্নত দেশবোৰে গ্রৰীন হাউছ গেছ কমোৱাৰ যথোচিত ব্যৱস্থা লোৱা দৰকাৰ। গোলকীয় উষ্ণতা বৰ্তমানৰ নিচিনাকৈ বৃদ্ধি পাই থাকিলে পৃথিৱীত মানুহ আৰু বিভিন্ন প্ৰজাতি তিষ্ঠি থকা টান হৈ পৰিব| সমীক্ষা অনুসৰি গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণে অহা ২৫ বছৰ পিছত প্ৰতিবছৰে মানুহ তিনি লাখ মৃত্যু মুখত পৰাৰ সম্ভাৱনা আছে| সাগৰ মহাসাগৰৰ পানী ২০ ফুট পৰ্য্যন্ত বৃদ্ধি পাব পাৰে আৰু বিশ্বৰ উপকুলীয় অঞ্চলবিলাক সাগৰীয় পানীয়ে বুৰাই পেলোৱাৰ সম্ভাৱনা আছে| গৰম দীৰ্ঘদিনীয়া আৰু তীব্ৰ হ’ব লগতে পৃথিৱীৰ সাম্ভাব্য উষ্ণতা ২.৮ ডিগ্ৰী চেলচিয়াছৰ পৰা ৪.০ ডিগ্ৰী চেলচিয়াছলৈ বৃ(contracted; show full)েছ কমোৱাতকৈ পৰিৱেশৰ বিশেষ ক্ষতি নকৰাকৈ উন্নয়ন আৰু সেউজীয়া আৱৰণ গঢ়ি তোলাত বেছি গুৰুত্ব দিছে| গতিকে চীন দেশৰ নিচিনাকৈ বিশ্বৰ বাকীবোৰ দেশেও যদি নিজৰ কোনো গভীৰ ক্ষতি নোহোৱাকৈ গোলকীয় উষ্ণতা বৃদ্ধিত বাধা প্ৰদান কৰে আৰু বৰ্তমানৰ জগতখনক গোলকীয় সুস্থিৰ পৰিৱেশেৰে আবৰাত যত্নপৰ হয় তেতিয়া হ’লে আমি জীৱ শ্ৰেষ্ঠ মানৱ জাতিয়ে এখন মঞ্চৰ তলত একগোট হৈ নিজৰ নাতি, পো-নাতিক এখন সেউজীয়া বিশ্বলৈ আদৰি আনিব পাৰিম নাইবা এখন সেউজীয়া ধৰা অনুজ সকলক উপহাৰ দিব পাৰিম| (সমলঃ বিভিন্ন বাতৰি কাকতত প্ৰকাশ হোৱা পৰিৱেশ সম্বন্ধীয় লেখা) All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=108291.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|