Difference between revisions 104633 and 104635 on aswiki

{{Infobox film
| name           = Water
| image          = Water (2005 film) cover art.jpg
| caption        = Film poster
| director       = [[Deepa Mehta]]
| producer       = [[David Hamilton (Canadian producer)|David Hamilton]]
| writer         = [[Deepa Mehta]] (writer)
[[Anurag Kashyap (director)|Anurag Kashyap]]
| starring       = [[Seema Biswas]]
[[Lisa Ray]]
[[John Abraham (actor)|John Abraham]]
[[Sarala Kariyawasam]]
Manorama
(contracted; show full)

নিউয়র্ক টাইমছৰ জেনেট কেটছলিছে ছবিখন নিউয়র্ক টাইমছ সমালোচকৰ নির্বাচনলৈ নির্বাচিত কৰাৰ উপৰিও "উত্‍কৃষ্ট" বুলি অভিহিত কৰে। তেওঁ লগতে কয়, "ছবিখনে ওপৰিভাগৰ পৰা নির্মল এতিয়াও তল পৰি থকা হিন্দু ৰক্ষণশীলতাৰ তলৰ বিধৱাসকশৰ দুর্দশাৰ সৈতে ইংৰাজ শাসিত ভাৰতৰ উক্ত অৱস্থাৰ সমতা স্থাপন কৰিছে।

কিছুসংখ্যক সমালোচকে যুক্তি দর্শাই যে মেহতাই তেওঁৰ ছবিসমূহত স্বাধীনোত্তৰ ভাৰতৰ জটিল ৰাজনীতিক আওকাণ কৰিছে আৰু "বিদেশীমূলীয়" আৰু "আচৰিত" প্রকৃতিৰ ভাৰতীয় সংস্কৃতিত প্রাচ্য বিদ্যাবিদ আৰু ধর্মান্ধক শক্তিশালী কৰিছে।"<ref>{{cite news|url=http://movies.nytimes.com/2006/04/28/movies/28wate.html|title=Movie Review: Water (2005): NYT Critics' Pick|last=Catsoulis|first=Jeannette|date=April 28, 2006|work=New York Times}}</ref>

কিছুসংখ্যক সমালোচকে যুক্তি দর্শাই যে মেহতাই তেওঁৰ ছবিসমূহত স্বাধীনোত্তৰ ভাৰতৰ জটিল ৰাজনীতিক আওকাণ কৰিছে আৰু "বিদেশীমূলীয়" আৰু "আচৰিত" প্রকৃতিৰ ভাৰতীয় সংস্কৃতিত প্রাচ্য বিদ্যাবিদ আৰু ধর্মান্ধক শক্তিশালী কৰিছে।<ref>Kamal Arora, Saydia Kamal and Usamah Ahmad (2005). [http://www.sevenoaksmag.com/commentary/81_comm4.html "Water: Drenched in colonial benevolence", ''Seven Oaks'', 5 October 2005]. Retrieved 27 February 2010.</ref>

==সংগীত==
==বিতর্ক==
প্রথমাৱস্থাত পৰিচালক [[দীপা মেহতা]]ই ২০০০ চনৰ ফেব্রুৱাৰীতেই [[শ্বাবানা আজমী]], [[নন্দিতা দাস]] আৰু [[অক্ষয় কুমাৰ]]ক অভিনয় শিল্পী হিচাপে লৈ ৱাটাৰ নির্মাণৰ বাবে আগবাঢ়িছিল। তেওঁৰ পূর্বৱর্ত্তী ছবি ফায়াৰে ভাৰতীয় শাসনতন্ত্রৰ গোড়া পক্ষৰ শত্রুতা আর্জিছিল যি তেওঁৰ বিষয়বস্তু আৰু ৰক্ষণশীল পৰিয়ালসমূহক এক ঋণাত্মক ৰূপত উপস্থাপন কৰা কার্যৰ বিৰোধিতা কৰিছিল। বিক্ষোভকাৰীসকলে প্রতিবাদৰ লগতে ছবিখন প্রদর্শিত হ'বলগা ছবিঘৰসমূহত আক্রমণৰ যো-জা কৰিছিল। চিত্রগ্রহণ আৰম্ভ হোৱাৰ আগদিনা ছবিৰ শিল্পী তথ(contracted; show full)

==তথ্য সংগ্রহ==
{{reflist}}
==বাহ্যিক সংযোগ==
* {{Rotten-tomatoes|water|Water}}
* {{mojo title|water06|Water}}
* {{IMDb title|0240200|Water}}
* Displacing Androcracy: Cosmopolitan Partnerships in Bapsi Sidhwa’s Water http://epress.lib.uts.edu.au/journals/index.php/mcs/article/view/2293/0