Difference between revisions 108321 and 110591 on aswiki{{Infobox film | name = ৱাটাৰ <br /> (Water) | image = Water (2005 film) cover art.jpg | caption = চলচ্চিত্ৰৰ পষ্টাৰ | director = [[দীপা মেহতা]] | producer = [[:en:David Hamilton (Canadian producer)|ডেভিদ হেমিল্টন]] | writer = [[দীপা মেহতা]] (লিখক) <br />[[:en:Anurag Kashyap (director)|অনুৰাগ কাশ্যপ]] (contracted; show full)৯৯৬) আৰু [[আৰ্থ (১৯৯৮ চলচ্চিত্ৰ)|আৰ্থ]] (১৯৯৮)। ২০০৬ চনত লেখক [[বাপ্ছি ছিধ্ৱা]]ই ([[:en: Bapsi Sidhwa|Bapsi Sidhwa]]) চলচ্চিত্ৰখনৰ আধাৰত মিল্কৱিড প্ৰেছৰদ্বাৰা প্ৰকাশিত [[ৱাটাৰ : এ নভেল]] নামৰ এক উপন্যাস ৰচনা কৰে। ছিধ্ৱাৰ পূৰ্বৰ উপন্যাস [[কেক্লিং ইণ্ডিয়া]] ত্ৰিলজীৰ দ্বিতীয় ছবি আৰ্থৰ ওপৰত আধাৰিত আছিল। ৱাটাৰ হৈছে চল্লিশৰ দশকৰ গ্ৰাম্য [[ভাৰত]]ৰ বিধৱাসকলৰ জীৱন কাহিনীত এক অৱলোকন আৰু ই নাৰীৰ বিদ্বেষ ভাৱ আৰু অসামাজিক কাৰ্যৰ দৰে কিছু বিতৰ্কিত বিষয় সামৰি লৈছে। ২০০৫ চনৰ [[ট'ৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহো ত্ৎসৱ]]ত ছবিখনৰ প্ৰিমিয়াৰ অনুষ্ঠিত হয়, য'ত ই উদ্বোধনী নিশাৰ মনোৰঞ্জন (Opening Night Gala) সন্মান লাভ কৰে আৰু সেই বৰ্ষৰ নৱেম্বৰ মাত্ৰ সমগ্ৰ [[কানাডা]]তে মুক্তিলাভ কৰে। ২০০৭ চনৰ ৯ মাৰ্চত ছবিখনে প্ৰথমবাৰৰ বাবে ভাৰতত মুক্তিলাভ কৰে।<ref>[http://www.iht.com/articles/ap/2007/03/09/arts/AS-A-E-MOV-India-Widow-Film.php Oscar-nominated film "Water" released in India 7 years after protests shut down filming - International Herald Tribune<!-- Bot generated title -->]</ref> (contracted; show full) আশ্ৰমৰ বিধৱাসকলৰ মাজত শকুন্তলাই হয়তো আটাইতকৈ দুৰ্বোধ্য। তেওঁ আকৰ্ষণীয়, বিজ্ঞ আৰু তীক্ষ্ন। আশ্ৰমৰ পঢ়িব জনা কেইগৰাকীমান মাত্ৰ বিধৱাৰ অন্যতম। শকুন্তলাৰ খঙাল মনোবৃত্তিৰ কাৰণে আনকি মধুমতীয়েও তেওঁক অকলে এৰি দিছিল। মৌন আৰু লাজকুৰীয়া স্বভাৱৰ শকুন্তলাই মনতে নিজৰ বৈধৱ্য জীৱনৰ প্ৰতি ঘৃণা আৰু এক অকপট তথা উ ত্ৎসৰ্গিত বিধৱা হ'ব নোৱাৰাৰ শংকা পোষণ কৰে। শকুন্তলা এক ধৰ্মপৰায়ণা হিন্দু যি [[বাৰাণসী]]ৰ পাৰত সমাগত হোৱা তীৰ্থযাত্ৰীসকলক ধৰ্মশাস্ত্ৰৰ কীৰ্ত্তন শুনোৱা সদানন্দ নামৰ এক আদহীয়া ঋষিৰ পৰামৰ্শ বিচাৰে। সদানন্দই শকুন্তলাক নিজৰ প্ৰকৃত স্থিতি সম্পৰ্কে সচেতন কৰি বিধৱাসকলৰ জীৱন দুৰ্বিসহ কৰি তোলা ভণ্ডামি আৰু কুসংস্কাৰৰ পৰা প্ৰকৃত বিশ্বাসক নিলগাই ৰাখিবলৈ বৌদ্ধিক সাহচৰ্য প্ৰদান কৰে। তেওঁ চুইয়াৰ লগতে ব্যস্ত হৈ থাকে, কিয়নো সৰুতেই বিধৱা হোৱা চুইয়াৰ মাজত তেওঁ নিজৰে প্ৰতিফলন দেখা পায় আৰু সেয়ে চুইয়াই বিচৰা বস্তুবোৰ শকু(contracted; show full)*গোলাবীৰ ভূমিকাত [[ৰঘূবীৰ যাদৱ]] *ৰবীন্দ্ৰৰ ভূমিকাত [[বিনয় পাঠক]] *শেঠ দ্বাৰকানাথৰ ভূমিকাত [[:en: Gerson Da Chunha|Gerson Da Chunha]] *[[মহাত্মা গান্ধী]]ৰ ভূমিকাত [[মোহন জাংগিয়ানী]] *মহাত্মা গান্ধীৰ কণ্ঠত [[জুল ভিলানী]] ==মুক্তি== ২০০৫ চনৰ ৮ ছেপ্তেম্বৰত ট'ৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহো ত্ৎসৱত ছবিখনে মুক্তিলাভ কৰে আৰু অন্যান্য ঠাইত তলৰ তালিকা অনুসৰি মুক্তিলাভ কৰে। ভাৰতত ছবিখন লৈ বিভিন্ন বিতৰ্ক হোৱাৰ পিছত অৱশেষত ভাৰতীয় চেঞ্চৰ বৰ্ডে ছবিখনত "ইউ" চাৰ্টিফিকেট প্ৰদান কৰে। ২০০৭ চনৰ ৯ মাৰ্চত ছবিখন ভাৰতত মুক্তি পায়।<ref>[http://inhome.rediff.com/movies/2007/mar/09water.htm Deepa Mehta impresses with Water<!-- Bot generated title -->]</ref> {| class="wikitable" |- ! দেশ ! মুক্তি পোৱাৰ তাৰিখ ! উত্ৎসৱ বা বিতৰণকাৰী |- | [[কানাডা]] | ৮ ছেপ্তেম্বৰ ২০০৫ | মংগ্ৰেল মিডিয়া |- | [[ইউ.এছ.এ.]] | ২ অক্টোবৰ ২০০৫ | ছাউথ এছিয়ান লিটাৰেৰি এণ্ড থিয়েটাৰ আৰ্টছ ফেষ্টিভেল |- | [[স্পেইন]] | ২ অক্টোবৰ ২০০৫ | ভেলাডলিড ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল |- | [[কানাডা]] | ৪ নৱেম্বৰ ২০০৫ | |- | [[অষ্ট্ৰেলিয়া]] | ১৩ এপ্ৰিল ২০০৬ | ডেণ্ডি ফিল্মছ |- | [[ইউ.এছ.এ.]] | ১৯ এপ্ৰিল ২০০৬ | ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ লছ এঞ্জেলছ |- | [[ইউ.এছ.এ.]] | ২৬ এপ্ৰিল ২০০৬ | ইণ্ডিয়ানাপলিছ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল |- | [[ইউ.এছ.এ.]] | ২৮ এপ্ৰিল ২০০৬ | ফক্স চাৰ্ছলাইট পিক্চাৰছ |- | [[চুইজাৰলেণ্ড]] | ১৫ আগষ্ট ২০০৬ | ফিল্মকুপি জুৰিখ এজি |- | [[ভাৰত]] | ৯ মাৰ্চ ২০০৭ | বি. আৰ. ফিল্মছ |} ==সঁহাৰি== ===পুৰস্কাৰ=== বিজেতা: * ২০০৬, শ্ৰেষ্ঠ অভিনেত্ৰীৰ জিনি বঁটা ([[:en: Genie Award|Genie Award]]), [[সীমা বিশ্বাস]]<ref name="note4">{{cite web | author=Utpal Borpujari | year=2005 | title="Seema Biswas wins top Canadian film award for Water"| url=http://www.deccanherald.com/deccanherald/mar172006/update134002006317.asp | work= [http://www.deccanherald.com/ Deccan Herald] | access date=23 March 2006}}</ref> * 2006, চমত্ৎকাৰ চিনেমেটোগ্ৰাফী সমাধাৰ জিনি বঁটা, গিলছ নাটজেনছ ([[:en: Giles Nuttgens|Giles Nuttgens]]) * ২০০৬, শ্ৰেষ্ঠ মৌলিক স্বৰলিপি, মাইকেল ডানা * ২০০৬, [[বেংকক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোত্ৎসৱ]]ৰ শ্ৰেষ্ঠ ছবিৰ গল্ডেন কিন্নৰী এৱাৰ্ড<ref name="note5">{{cite news | author=Patrick Frater| title=''Water' sweeps over Bangkok fest''| url=http://www.variety.com/article/VR1117938881?categoryId=1061&cs=1 | work=[http://www.variety.com/ Variety] | accessdate=23 March 2006 | date=26 February 2006}}</ref> * ২০০৬, অছল'ৰ দক্ষিণৰ চলচ্চিত্ৰ উত্ৎসৱত শ্ৰেষ্ঠ ছবিৰ দ্য ছিলভাৰ মিৰ'ৰ এৱাৰ্ড মনোনীত: * ২০০৭, শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ অস্কাৰ বঁটা (এই শিতানত মনোনয়ন লাভ কৰা কানাডাৰ প্ৰথম অ-ফৰাছী কানাডিয়ান ছবি) * ২০০৭, শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ ব্ৰডকাষ্ট ফিল্ম ক্ৰিটিকছ এচ'চিয়েছন এৱাৰ্ড * ২০০৬, প্ৰকাশৰ স্বাধীনতাৰ (Freedom of Expression) নেচনেল বৰ্ড অফ ৰিভিউ (এন বি আৰ) এৱাৰ্ড ===সমালোচনা=== চলচ্চিত্ৰখন [[লছ এঞ্জেলছ টাইমছ]]ত কেভিন থমাছৰদ্বাৰা উচ্চ প্ৰশংসিত হয়: চলচ্চিত্ৰনিৰ্মাতা হিচাপে আবেগিকভাৱে উত্ৎসৰ্গিত মেহতাই কোনো উপদেশ নিদিয়ে কিন্তু তাৰ পৰিৱৰ্ত্তে এক পূৰ্ণ শক্তিশালী ৰূপত আভ্যন্তৰীণ সমস্যাৰ কাহিনী কয়। ১৯৩৮ চনত ইংৰাজ শাসনাধীন ভাৰতৰ পটভূমিত নিৰ্মিত "ৱাটাৰ" বহিস্কৃত বিধৱাসকলৰ নিৰ্মম জীৱনৰ বৈপৰীত্যৰূপী পবিত্ৰ গঙ্গা নদীৰ পাৰৰ ইয়াৰ ৰমণীয় পটভূমিৰ দৰেই মনোৰম। ছবিখনে তেতিয়ালৈকে বিচাৰ্য নোহোৱা তেওঁলোকৰ দুৰ্দশাৰ প্ৰতি ক্ষোভত ফাটি পৰিছে, আৰু এক কাব্যিক গুণ বহন কৰিছে। যিয়েই নঘটক কিয়, জীৱনটো গঙ্গাৰ দৰেই অবিৰতভাৱে বৈ যায়। মেহতাই তেওঁৰ চৌপাশৰ লোকসকলক পৌৰাণিক ধৰ্মীয় লিখনিৰ নিৰ্দেশৰদ্বাৰা প্ৰভাৱিত এক নিষ্ঠুৰ আৰু আওপুৰণি প্ৰথাৰদ্বাৰা বন্দী তথা অন্ধ হৈ বিধৱাসকলক আৰ্থিক সকাহ দিয়াৰ পৰা মুক্ত হোৱাৰ দৰে পাৰিবাৰিক আকাংক্ষা পোষণ কৰা দেখিছে। ফলস্বৰূপে, তেওঁ অতিশয় গ্ৰহণযোগ্য আৰু সুন্দৰভাৱে গঢ় দিয়া কাহিনীটোত যুক্তিসংগত বিনোদ যোগ কৰিবলৈ সক্ষম হৈছে। "ৱাটাৰ" এক ভিন্ন প্ৰাচুৰ্য আৰু জটিলতাৰে উদ্ভাসিত হৈছে।<ref>{{cite news|url=http://movies.nytimes.com/2006/04/28/movies/28wate.html|title=Movie Review: Water (2005): NYT Critics' Pick|last=Catsoulis|first=Jeannette|date=April 28, 2006|work=New York Times}}</ref></blockquote> নিউয়ৰ্ক টাইমছৰ জেনেট কেটছলিছে ছবিখন নিউয়ৰ্ক টাইমছ সমালোচকৰ নিৰ্বাচনলৈ নিৰ্বাচিত কৰাৰ উপৰিও "উত্ৎকৃষ্ট" বুলি অভিহিত কৰে। তেওঁ লগতে কয়, "ছবিখনে ওপৰিভাগৰ পৰা নিৰ্মল এতিয়াও তল পৰি থকা হিন্দু ৰক্ষণশীলতাৰ তলৰ বিধৱাসকশৰ দুৰ্দশাৰ সৈতে ইংৰাজ শাসিত ভাৰতৰ উক্ত অৱস্থাৰ সমতা স্থাপন কৰিছে।"<ref>{{cite news|url=http://movies.nytimes.com/2006/04/28/movies/28wate.html|title=Movie Review: Water (2005): NYT Critics' Pick|last=Catsoulis|first=Jeannette|date=April 28, 2006|work=New York Times}}</ref></blockquote> (contracted; show full)[[mk:Вода (филм)]] [[ja:とらわれの水]] [[pl:Water]] [[pt:Water]] [[ru:Вода (фильм, 2005)]] [[fi:Water (vuoden 2005 elokuva)]] [[sv:Water (film)]] [[wuu:水 (电影)]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=110591.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|