Difference between revisions 104681 and 108321 on aswiki

{{Infobox film
| name           = ৱাটাৰ <br /> (Water)
| image          = Water (2005 film) cover art.jpg
| caption        = চলচ্চিত্ৰৰ পষ্টাৰ
| director       = [[দীপা মেহতা]]
| producer       = [[:en:David Hamilton (Canadian producer)|ডেভিদ হেমিল্টন]]
| writer         = [[দীপা মেহতা]] (লিখক) <br />[[:en:Anurag Kashyap (director)|অনুৰাগ কাশ্যপ]] 
(contracted; show full)
| budget         = 
| gross          =  $ ১০, ৪২২, ৩৮৭<ref name="mojo">{{mojo title|id=water06|title}}. {{Retrieved|accessdate=2009-10-31}}</ref>
}}
ৱাটাৰ ({{lang-en|Water}}) [[অনুৰাগ কাশ্যপ]]ৰ কাহিনী<ref>[http://www.ranker.com/list/scripts-and-screenplay-by-anurag-kasyap/reference scripts-and-screenplay-by-anurag-kasyap]</ref> আৰু [[দীপা মেহতা]]ৰ পৰিচালনাৰে ২০০৫ চনত মুক্তি পোৱা এক কানাডিয়ান [[চলচ্চিত্
]]। অনুৰাগ কাশ্যপে সংলাপসমূহৰ অনুবাদ কা্যও সম্পন্ন কৰিছিল। এই ছবিখন ১৯৩৮ চনৰ বাৰাণসীৰ পটভূমিত বিধৱাসকলৰ জীৱনক লৈ নি্মাণ কৰা হৈছিল। ৱাটাৰ একে ভাৱবস্তুক লৈ নি্মাণ কৰা মেহতাৰ তিনিখন কথাছবিৰ ([[:en: Elements trilogy|Elements trilogy]]) তৃতীয়খন ছবি। ইয়াৰ পূ্বৱ্ত্তী কথাছবি দুখন হৈছে [[ফায়াৰ (১৯৯৬ চলচ্চিত্ৰ)|ফায়াৰ]] (১৯৯৬) আৰু [[আ্থ (১৯৯৮ চলচ্চিত্ৰ)|আৰ্থ]] (১৯৯৮)। ২০০৬ চনত লেখক [[বাপ্ছি ছিধ্ৱা]]ই ([[:en: Bapsi Sidhwa|Bapsi Sidhwa]]) চলচ্চিত্খনৰ আধাৰত মিল্কৱিড প্েছৰদ্বাৰা প্কাশিত [[ৱাটাৰ : এ নভেল]] নামৰ এক উপন্যাস ৰচনা কৰে। ছিধ্ৱাৰ পূ্বৰ উপন্যাস [[কেক্লিং ইণ্ডিয়া]] ত্িলজীৰ দ্বিতীয় ছবি আ্থৰ ওপৰত আধাৰিত আছিল। ৱাটাৰ হৈছে চল্লিশৰ দশকৰ গ্াম্য [[ভাৰত]]ৰ বিধৱাসকলৰ জীৱন কাহিনীত এক অৱলোকন আৰু ই নাৰীৰ বিদ্বেষ ভাৱ আৰু অসামাজিক কা্যৰ দৰে কিছু বিত্কিত বিষয় সামৰি লৈছে। ২০০৫ চনৰ [[ট'ৰন্টো আন্তঃৰাষ্ট্ীয় চলচ্চিত্ মহোত্‍সৱ]]ত ছবিখনৰ প্িমিয়াৰ অনুষ্ঠিত হয়, য'ত ই উদ্বোধনী নিশাৰ মনোৰঞ্জন (Opening Night Gala) সন্মান লাভ কৰে আৰু সেই ব্ষৰ নৱেম্বৰ মাত্ সমগ্ [[কানাডা]]তে মুক্তিলাভ কৰে। ২০০৭ চনৰ ৯ মা্চত ছবিখনে প্থমবাৰৰ বাবে ভাৰতত মুক্তিলাভ কৰে।<ref>[http://www.iht.com/articles/ap/2007/03/09/arts/AS-A-E-MOV-India-Widow-Film.php Oscar-nominated film "Water" released in India 7 years after protests shut down filming - International Herald Tribune<!-- Bot generated title -->]</ref>

সহশিল্পী [[কুলভূষণ খাৰবান্দা]], [[ৱাহিদা ৰহমান]], [[ৰঘূবীৰ যাদৱ]] আৰু [[বিনয় পাঠক]]ৰ সৈতে মুখ্য ভূমিকা ৰূপায়ণত আছিল ক্মে [[সীমা বিশ্বাস]], [[লিজা ৰয়]], [[জন আব্াহাম]] আৰু [[সৰলা কাৰিয়াৱাছম]]। গীতসমূহত আছিল [[সুখৱিন্দৰ সিং]] আৰু ৰেকিব আলমৰ কথা আৰু [[এ. আৰ. ৰহমান]]ৰ সুৰ। আৱহ সংগীত আছিল মাইকেল ডানা। ছবিখনৰ চিত্নাট্য লিখিছিল গিলছ নাটজেনচে।

==কাহিনীৰ সাৰাংশ==
১৯৩৮ চনৰ ইংৰাজশাসিত [[ভাৰত]]ৰ পটভূমিত চলচ্চিত্খন নি্মাণ কৰা হৈছে। সেই সময়ত [[বাল্য বিবাহ]] বহুলভাৱে প্চলিত আছিল। সমাজত বিধৱাসকলৰ স্থান আছিল নিম্ন আৰু তেওঁলোকে দৰিদ্তা আৰু ভগৱানৰ অ্চনাৰ মাজেৰে জীৱন যাপন কৰিব লাগে বুলি ভবা হৈছিল। বিধৱা বিবাহ ঔপনিৱেশিক আইনমতে বৈধ ঘোষণা কৰা হৈছিল যদিও বাস্তৱিকতে বহুল ৰূপত ইয়াক নিষিদ্ধ হিচাপে গণ্য কৰা হৈছিল।

সাত বছৰীয়া বালিকা চুইয়াই যেতিয়া তেওঁৰ স্বামীক হেৰুৱায়, বৈধৱ্য পৰম্পৰা অনুসাৰে চুইয়াৰ মুণ্ডন কৰি বগা সাজ পিন্ধাই [[হিন্দু]] বিধৱাৰ বাবে থকা এক আশ্মলৈ পথোৱা হয় য'ত তেওঁ জীৱনৰ বাকীছোৱা কাল ত্যাগৰ মাজেদি কটাব লাগিব। সেই আশ্মৰ সৰু দুমহলীয়া ঘৰটোত চৈধ্যগৰাকী মহিলা থাকে য'লৈ তেওঁলোকক জীৱনৰ কুক্মৰ প্ায়শ্চিত্ত আৰু নিজ নিজ পৰিয়ালক আ্থিক তথা আবেগিক বোজাৰ পৰা ৰেহাই দিবলৈকে পথোৱা হৈছিল। মধুমতী নামৰ এক সত্তৰ বছৰীয়া মেদবহুল আৰু আড়ম্বৰপ্িয় মহিলাই আশ্মখন চলায়। গোলাবী নামৰ এক ৰঙীয়াল নপুংসক মধুমতীৰ একমাত্ বন্ধু যি তেওঁক [[গাঞ্জা]]ৰ উপৰিও আনৰ বিষয়ে শেহতীয়া বাৰেভচহু গল্পৰো যোগান ধৰে। দুয়োৰে এক উপ-ব্যৱসায়ো আছে: গোলাবীয়ে আশ্মৰ দ্বিতীয় কনিষ্ঠ বিধৱা কল্যানীক নৈ পাৰ কৰাই গ্াহকক যোগান ধৰি তেওঁক বেশ্যাবৃত্তিত লিপ্ত কৰোৱাত মধুমতীক সহায় কৰে। আশ্মখনৰ আ্থিক সাহায্যৰ বাবে কল্যানীক সৰুৰেপৰাই বেশ্যাবৃত্তিত লিপ্ত হ'বলৈ বাধ্য কৰোৱা হৈছিল।

আশ্মৰ বিধৱাসকলৰ মাজত শকুন্তলাই হয়তো আটাইতকৈ দু্বোধ্য। তেওঁ আক্ষণীয়, বিজ্ঞ আৰু তীক্ষ্ন। আশ্মৰ পঢ়িব জনা কেইগৰাকীমান মাত্ বিধৱাৰ অন্যতম। শকুন্তলাৰ খঙাল মনোবৃত্তিৰ কাৰণে আনকি মধুমতীয়েও তেওঁক অকলে এৰি দিছিল। মৌন আৰু লাজকুৰীয়া স্বভাৱৰ শকুন্তলাই মনতে নিজৰ বৈধৱ্য জীৱনৰ প্তি ঘৃণা আৰু এক অকপট তথা উত্‍স্গিত বিধৱা হ'ব নোৱাৰাৰ শংকা পোষণ কৰে। শকুন্তলা এক ধ্মপৰায়ণা হিন্দু যি [[বাৰাণসী]]ৰ পাৰত সমাগত হোৱা তী্থযাত্ীসকলক ধ্মশাস্ত্ৰ কী্ত্তন শুনোৱা সদানন্দ নামৰ এক আদহীয়া ঋষিৰ পৰাম্শ বিচাৰে। সদানন্দই শকুন্তলাক নিজৰ প্কৃত স্থিতি সম্প্কে সচেতন কৰি বিধৱাসকলৰ জীৱন দু্বিসহ কৰি তোলা ভণ্ডামি আৰু কুসংস্কাৰৰ পৰা প্কৃত বিশ্বাসক নিলগাই ৰাখিবলৈ বৌদ্ধিক সাহচ্য প্দান কৰে। তেওঁ চুইয়াৰ লগতে ব্যস্ত হৈ থাকে, কিয়নো সৰুতেই বিধৱা হোৱা চুইয়াৰ মাজত তেওঁ নিজৰে প্তিফলন দেখা পায় আৰু সেয়ে চুইয়াই বিচৰা বস্তুবোৰ শকুন্তলাই তাইক দিবলৈ যত্ন কৰে।

চুইয়াক আশ্বাস দিয়া হয় যে আশ্মখনত তেওঁক অস্থায়ীভাৱেহে ৰখা হৈছে আৰু এদিন তেওঁৰ মাক তেওঁক নিবলৈ আহিব। লাহে লাহে চুইয়াই এই কথা পাহৰি যায় আৰু নতুন জীৱনটোৰ লগত খাপ খাই পৰে। পিছলৈ মধুমতীয়ে চুইয়াক বৈধৱ্য জীৱনৰ সৈতে পৰিচিত কৰায়। ইয়াৰ মাজতে আশ্মৰ এক ৰঙীয়াল বিধৱা যুৱতী কল্যাণীৰ সৈতে চুইয়াৰ বন্ধুত্ব গঢ়ি উঠে। চুইয়া [[মহাত্মা গান্ধী]]ৰ অনুগামী এক সুদ্শন যুৱক নাৰায়ণৰ সৈতে গঢ় লৈ উঠা কল্যাণীৰ প্েমজনিত সম্প্কৰো সাক্ষী তথা বা্তাবাহক হৈ পৰে। প্থমাৱস্থাৰ অনিচ্ছাস্বত্বেও পিছলৈ কল্যাণীয়ে নাৰায়ণৰ সৈতে বিবাহৰ বাবে ৰাজী হয়।

এদিন মধুমতীক মালিচ কৰি থকাৰ সময়ত কল্যাণী আৰু নাৰায়ণৰ গোপন প্ণয়ৰ কথা অসাৱধানবশতঃ চুইয়াৰ মুখৰপৰা বাহিৰ হয়। সমাজৰ নিন্দা তথা আয়ৰ পথৰুদ্ধ হোৱাৰ আশংকাত মধুমতীয়ে কল্যাণীক কোঠাৰ ভিতৰত আবদ্ধ কৰি থয়। সকলোকে আচৰিত কৰি ধ্মভীৰু শকুন্তলাই কল্যাণীক আগৰ পৰিকল্পনা মতে নাৰায়ণৰ লগত গুচি যাবলৈ সুবিধা কৰি দিয়ে আৰু সেইমতে নাৰায়ণে কল্যাণীক ফেৰীৰে নদী পাৰ কৰাই নিজ ঘৰলৈ বুলি লৈ যায়। কিন্তু কল্যাণীয়ে আশা কৰা মতে এই যাত্াৰ এক শুভ পৰিসমাপ্তি নঘটে। তেওঁ নাৰায়ণৰ বাঙলোটো তেওঁৰ পূ্বৰ এক গ্াহকৰ বুলি চিনাক্ত কৰে আৰু গম পাই যে নাৰায়ণ সেই গ্াহকজনৰে পুত্। চকিত হৈ কল্যাণীয়ে তেওঁক ওলোটাই থৈ আহিবলৈ দাবী কৰে। দেউতাকৰে হোৱা এক মুখামুখিত নাৰায়ণে কল্যাণীত হঠাতে হোৱা মত পৰিৱ্ত্তনৰ কাৰণ গম পায়। হতভম্ব হৈ তেওঁ দেউতাকৰ পৰা আঁতৰি গৈ গান্ধীজীৰ সৈতে যোগদান কৰিবলৈ মনস্থ কৰে। তেওঁ কল্যাণীকো লগত লৈ যাবৰ বাবে ঘূৰি আশ্ম পায় কিন্তু কল্যাণীয়ে মনৰ দুখত পানীত ডুবি মৰাৰ খবৰহে পায়হি।

ইফালে মধুমতীয়ে এক অপেক্ষাৰত গ্াহকৰ বাবে কল্যাণীৰ ঠাইত চুইয়াক পথায়। শকুন্তলাই এই কথাৰ উমান পাই লৰি আহে যদিও চুইয়াক ঘূৰাই অনাৰ সময়তহে নদীপাৰ পায়হি। শিশুটি কোনো সঁহাৰি দিব নোৱাৰাকৈ সংজ্ঞাহীন হৈ পৰে। চুইয়াক নিচুকাই শকুন্তলাই নিশাটো নৈপাৰতে কটায়। চুইয়াক লৈ চহৰৰ ফালে আহি থাকোঁতে তেওঁ সেই ঠাইৰ ৰেল ষ্টেচনত গান্ধীজী আছেহি বুলি শুনিবলৈ পায়। ৰেল এৰাৰ আগতেই গান্ধীজীৰ আশীষ ল'বলৈ তেওঁ জনতাৰ মাজত সোমাই পৰে। ৰেলখন চলিবলৈ ধৰোঁতেই প্চণ্ড নিৰাশাত শকুন্তলাই দৌৰ মাৰে আৰু মানুহবোৰক চুইয়াক নি গান্ধীজীৰ তত্ত্বাৱধানত ৰাখিবলৈ কাকূতি কৰে। তেনেতে তেওঁ ৰেলত নাৰায়ণক দেখা পায় আৰু শেষ মুহূ্ত্তত চুইয়াক তেওঁৰ হাতত গটাই দিয়ে। লোটকভৰা চকুলোৰ শকুন্তলাক এৰি ৰেলখনে চুইয়াক লৈ এক উজ্বল ভৱিষ্যতৰ দিশে ৰাওনা হয়।

==অভিনয় শিল্পী==
[[চিত্ৰ:সীমা বিশ্বাস (ৱাটাৰ বোলছবিত).jpg|x200px|thumb|upright|alt=সীমা বিশ্বাস (ৱাটাৰ বোলছবিত)|সীমা বিশ্বাস (ৱাটাৰ চলচ্চিত্ৰৰ এটা দৃশ্য)]]
*শকুন্তলাৰ ভূমিকাত [[সীমা বিশ্বাস]]
*কল্যাণীৰ ভূমিকাত [[লিজা ৰয়]]
*নাৰায়ণৰ ভূমিকাত [[জন আব্াহাম]]
*নাৰায়ণৰ মাতৃ ভগৱতীৰ ভূমিকাত [[ৱাহিদা ৰহমান]]
*চুইয়াৰ ভূমিকাত সৰলা কাৰিয়াৱাছম
*বাবাৰ ভূমিকাত বুদ্ধি বিক্মা
*কুন্তিৰ ভূমিকাত ৰণিকা সজনানী
*মধুমতীৰ ভূমিকাত মনোৰমা
*স্নেহলতাৰ ভূমিকাত ৰিশ্মা মালিক
*জ্ঞানৱতীৰ ভূমিকাত মীৰা বিশ্বাস
*পাতিৰাজিৰ ভূমিকাত বিদুলা জৱালজেকাৰ
*সাদুৰামৰ ভূমিকাত দয়া আলৱিছ 
*গোলাবীৰ ভূমিকাত [[ৰঘূবীৰ যাদৱ]]
*ৰবীন্দ্ৰ ভূমিকাত [[বিনয় পাঠক]]
*শেঠ দ্বাৰকানাথৰ ভূমিকাত [[:en: Gerson Da Chunha|Gerson Da Chunha]]
*[[মহাত্মা গান্ধী]]ৰ ভূমিকাত [[মোহন জাংগিয়ানী]]
*মহাত্মা গান্ধীৰ কণ্ঠত [[জুল ভিলানী]]

==মুক্তি==
২০০৫ চনৰ ৮ ছেপ্তেম্বৰত ট'ৰন্টো আন্তঃৰাষ্ট্ীয় চলচ্চিত্ মহোত্‍সৱত ছবিখনে মুক্তিলাভ কৰে আৰু অন্যান্য ঠাইত তলৰ তালিকা অনুসৰি মুক্তিলাভ কৰে। ভাৰতত ছবিখন লৈ বিভিন্ন বিত্ক হোৱাৰ পিছত অৱশেষত ভাৰতীয় চেঞ্চৰ ব্ডে ছবিখনত "ইউ" চা্টিফিকেট প্দান কৰে। ২০০৭ চনৰ ৯ মা্চত ছবিখন ভাৰতত মুক্তি পায়।<ref>[http://inhome.rediff.com/movies/2007/mar/09water.htm Deepa Mehta impresses with Water<!-- Bot generated title -->]</ref>

{| class="wikitable"
|-
!  দেশ
!  মুক্তি পোৱাৰ তাৰিখ
!  উত্‍সৱ বা বিতৰণকাৰী
|-
| [[কানাডা]]
| ৮ ছেপ্তেম্বৰ ২০০৫
| মংগ্েল মিডিয়া
|-
| [[ইউ.এছ.এ.]]
| ২ অক্টোবৰ ২০০৫
| ছাউথ এছিয়ান লিটাৰেৰি এণ্ড থিয়েটাৰ আ্টছ ফেষ্টিভেল
|-
| [[স্পেইন]]
| ২ অক্টোবৰ ২০০৫
| ভেলাডলিড ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল
|-
| [[কানাডা]]
| ৪ নৱেম্বৰ ২০০৫
| 
|-
| [[অষ্ট্েলিয়া]]
| ১৩ এপ্িল ২০০৬
| ডেণ্ডি ফিল্মছ
|-
| [[ইউ.এছ.এ.]]
| ১৯ এপ্িল ২০০৬
| ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অফ লছ এঞ্জেলছ
|-
| [[ইউ.এছ.এ.]]
| ২৬ এপ্িল ২০০৬
| ইণ্ডিয়ানাপলিছ ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল
|-
| [[ইউ.এছ.এ.]]
| ২৮ এপ্িল ২০০৬
| ফক্স চা্ছলাইট পিক্চাৰছ
|-
| [[চুইজাৰলেণ্ড]]
| ১৫ আগষ্ট ২০০৬
| ফিল্মকুপি জুৰিখ এজি
|-
| [[ভাৰত]]
| ৯ মা্চ ২০০৭
| বি. আৰ. ফিল্মছ
|}

==সঁহাৰি== 
===পুৰস্কাৰ===
বিজেতা:
* ২০০৬, শ্েষ্ঠ অভিনেত্ীৰ জিনি বঁটা ([[:en: Genie Award|Genie Award]]), [[সীমা বিশ্বাস]]<ref name="note4">{{cite web | author=Utpal Borpujari | year=2005 | title="Seema Biswas wins top Canadian film award for Water"| url=http://www.deccanherald.com/deccanherald/mar172006/update134002006317.asp | work= [http://www.deccanherald.com/ Deccan Herald] | access date=23 March 2006}}</ref>
* 2006, চমত্‍কাৰ চিনেমেটোগ্াফী সমাধাৰ জিনি বঁটা, গিলছ নাটজেনছ ([[:en: Giles Nuttgens|Giles Nuttgens]])
* ২০০৬, শ্েষ্ঠ মৌলিক স্বৰলিপি, মাইকেল ডানা
* ২০০৬, [[বেংকক আন্তঃৰাষ্ট্ীয় চলচ্চিত্ মহোত্‍সৱ]]ৰ শ্েষ্ঠ ছবিৰ গল্ডেন কিন্নৰী এৱা্ড<ref name="note5">{{cite news | author=Patrick Frater| title=''Water' sweeps over Bangkok fest''| url=http://www.variety.com/article/VR1117938881?categoryId=1061&cs=1 | work=[http://www.variety.com/ Variety] | accessdate=23 March 2006 | date=26 February 2006}}</ref>
* ২০০৬, অছল'ৰ দক্ষিণৰ চলচ্চিত্ উত্‍সৱত শ্েষ্ঠ ছবিৰ দ্য ছিলভাৰ মিৰ'ৰ এৱা্ড



মনোনীত:
* ২০০৭, শ্েষ্ঠ বিদেশী ভাষাৰ ছবিৰ অস্কাৰ বঁটা (এই শিতানত মনোনয়ন লাভ কৰা কানাডাৰ প্থম অ-ফৰাছী কানাডিয়ান ছবি)
* ২০০৭, শ্েষ্ঠ বিদেশী ভাষাৰ ছবিৰ ব্ডকাষ্ট ফিল্ম ক্িটিকছ এচ'চিয়েছন এৱা্ড
* ২০০৬, প্কাশৰ স্বাধীনতাৰ (Freedom of Expression) নেচনেল ব্ড অফ ৰিভিউ (এন বি আৰ) এৱা্ড

===সমালোচনা===
চলচ্চিত্খন [[লছ এঞ্জেলছ টাইমছ]]ত কেভিন থমাছৰদ্বাৰা উচ্চ প্শংসিত হয়:


চলচ্চিত্নি্মাতা হিচাপে আবেগিকভাৱে উত্‍স্গিত মেহতাই কোনো উপদেশ নিদিয়ে কিন্তু তাৰ পৰিৱ্ত্তে এক পূ্ণ শক্তিশালী ৰূপত আভ্যন্তৰীণ সমস্যাৰ কাহিনী কয়। ১৯৩৮ চনত ইংৰাজ শাসনাধীন ভাৰতৰ পটভূমিত নি্মিত "ৱাটাৰ" বহিস্কৃত বিধৱাসকলৰ নি্মম জীৱনৰ বৈপৰীত্যৰূপী পবিত্ গঙ্গা নদীৰ পাৰৰ ইয়াৰ ৰমণীয় পটভূমিৰ দৰেই মনোৰম। ছবিখনে তেতিয়ালৈকে বিচা্য নোহোৱা তেওঁলোকৰ দু্দশাৰ প্তি ক্ষোভত ফাটি পৰিছে, আৰু এক কাব্যিক গুণ বহন কৰিছে। যিয়েই নঘটক কিয়, জীৱনটো গঙ্গাৰ দৰেই অবিৰতভাৱে বৈ যায়। মেহতাই তেওঁৰ চৌপাশৰ লোকসকলক পৌৰাণিক ধ্মীয় লিখনিৰ নি্দেশৰদ্বাৰা প্ভাৱিত এক নিষ্ঠুৰ আৰু আওপুৰণি প্থাৰদ্বাৰা বন্দী তথা অন্ধ হৈ বিধৱাসকলক আ্থিক সকাহ দিয়াৰ পৰা মুক্ত হোৱাৰ দৰে পাৰিবাৰিক আকাংক্ষা পোষণ কৰা দেখিছে। ফলস্বৰূপে, তেওঁ অতিশয় গ্হণযোগ্য আৰু সুন্দৰভাৱে গঢ় দিয়া কাহিনীটোত যুক্তিসংগত বিনোদ যোগ কৰিবলৈ সক্ষম হৈছে। "ৱাটাৰ" এক ভিন্ন প্াচু্য আৰু জটিলতাৰে উদ্ভাসিত হৈছে।<ref>{{cite news|url=http://movies.nytimes.com/2006/04/28/movies/28wate.html|title=Movie Review: Water (2005): NYT Critics' Pick|last=Catsoulis|first=Jeannette|date=April 28, 2006|work=New York Times}}</ref></blockquote>



নিউয়্ক টাইমছৰ জেনেট কেটছলিছে ছবিখন নিউয়্ক টাইমছ সমালোচকৰ নি্বাচনলৈ নি্বাচিত কৰাৰ উপৰিও "উত্‍কৃষ্ট" বুলি অভিহিত কৰে। তেওঁ লগতে কয়, "ছবিখনে ওপৰিভাগৰ পৰা নি্মল এতিয়াও তল পৰি থকা হিন্দু ৰক্ষণশীলতাৰ তলৰ বিধৱাসকশৰ দু্দশাৰ সৈতে ইংৰাজ শাসিত ভাৰতৰ উক্ত অৱস্থাৰ সমতা স্থাপন কৰিছে।"<ref>{{cite news|url=http://movies.nytimes.com/2006/04/28/movies/28wate.html|title=Movie Review: Water (2005): NYT Critics' Pick|last=Catsoulis|first=Jeannette|date=April 28, 2006|work=New York Times}}</ref></blockquote>

কিছুসংখ্যক সমালোচকে যুক্তি দ্শাই যে মেহতাই তেওঁৰ ছবিসমূহত স্বাধীনোত্তৰ ভাৰতৰ জটিল ৰাজনীতিক আওকাণ কৰিছে আৰু "বিদেশীমূলীয়" আৰু "আচৰিত" প্কৃতিৰ ভাৰতীয় সংস্কৃতিত প্াচ্য বিদ্যাবিদ আৰু ধ্মান্ধক শক্তিশালী কৰিছে।<ref>Kamal Arora, Saydia Kamal and Usamah Ahmad (2005). [http://www.sevenoaksmag.com/commentary/81_comm4.html "Water: Drenched in colonial benevolence", ''Seven Oaks'', 5 October 2005]. Retrieved 27 February 2010.</ref>

==সংগীত== 
{{মূল|ৱাটাৰ (সংগীত এলবাম)}}
{{empty section|1}}

==বিত্ক==
প্থমাৱস্থাত পৰিচালক [[দীপা মেহতা]]ই ২০০০ চনৰ ফেব্ুৱাৰীতেই [[শ্বাবানা আজমী]], [[নন্দিতা দাস]] আৰু [[অক্ষয় কুমাৰ]]ক অভিনয় শিল্পী হিচাপে লৈ ৱাটাৰ নি্মাণৰ বাবে আগবাঢ়িছিল। তেওঁৰ পূ্বৱ্ত্তী ছবি ফায়াৰে ভাৰতীয় শাসনতন্ত্ৰ গোড়া পক্ষৰ শত্ুতা আ্জিছিল যি তেওঁৰ বিষয়বস্তু আৰু ৰক্ষণশীল পৰিয়ালসমূহক এক ঋণাত্মক ৰূপত উপস্থাপন কৰা কা্যৰ বিৰোধিতা কৰিছিল। বিক্ষোভকাৰীসকলে প্তিবাদৰ লগতে ছবিখন প্রদরৰদৰ্শিত হ'বলগা ছবিঘৰসমূহত আক্মণৰ যো-জা কৰিছিল। চিত্গ্হণ আৰম্ভ হোৱাৰ আগদিনা ছবিৰ শিল্পী তথা কলা-কুশলীৰ দলটোৱে খবৰ পায় যে ছবিৰ চিত্গ্হণৰ স্থানসমূহৰ বাবে অনুজ্ঞাত কিছু অসুবিধা আছে। পৰৱ্ত্তী দিনটোত তেওঁলোকে জানিবলৈ পায় যে ২০০০ বিক্ষোভকাৰীয়ে ছবিৰ মূল ছেটটো ধ্বংস কৰি অৱশিষ্টসমূহ [[গঙ্গা নদী]]ত দলিয়াই পেলায়। পিছত এই কথা পোহৰলৈ আহে যে এই সকলোবোৰ ঘটনাৰ মূলতে আছিল ছবিখনৰ বিষয়বস্তুৰ বিষয়ে অনা মিছা অভিযোগ।<ref name="note3">{{cite web | author=Jasmine Yuen-Carrucan | year=| title=''The Politics of Deepa Mehta's Water''| url=http://www.brightlightsfilm.com/28/water.html | work= | accessdate=8 May 2006 }}</ref> বিক্ষোভকাৰী [[অৰুণ পাঠকে]] ছবিখনৰ নি্মাণ বন্ধ কৰিবৰ বাবে আমৰণ-বিক্ষোভৰো আয়োজন কৰিছিল।<ref>{{cite web |url=http://www.hindu.com/2000/02/07/stories/01070005.htm |title='Water' shooting stopped again, Mehta 'asked to leave Varanasi' |author= |date= |work=[[The Hindu]] |publisher=[[The Hindu Group]] |date=6 February 2000 |accessdate=20 October 2011}}</ref>

ইয়াৰপৰা উদ্ভৱ হোৱা মানসিক চাপ আৰু আ্থিক সংকটৰ বাবে মেহতাই যঠেষ্ট সংগ্াম কৰিবলগা হয় আৰু পিছলৈ তেওঁ ভাৰতৰ সলনি [[শ্ীলংকা]]ত ৱাটাৰৰ চিত্গ্হণ কৰিবলগাত পৰে।<ref name="note3"/> অৱশেষত নতুন অভিনয় শিল্পী আৰু এক ভুৱা নামেৰে (ৰিভাৰ মুন) মেহতাই ছবিখন নি্মাণ কৰিবলৈ সক্ষম হয়। মেহতাৰ কন্যা [[দেৱযানী ছল্টছমানে]] 'শ্বুটিং ৱাটাৰ : এ মাডাৰ-ড'টাৰ জা্ণি এণ্ড দ্য মেকিং অফ দ্য ফিল্ম ' নামৰ গ্ন্থত ছবিখন নি্মাণৰ বাবে কৰিবলগা হোৱা সংগ্ামৰ কথা লিপিৱদ্ধ কৰিছে।<ref name="note3"/>

==তথ্য সংগ্হ==
{{reflist}}

==বাহ্যিক সংযোগ==
* {{Rotten-tomatoes|water|ৱাটাৰ }}
* {{mojo title|water06|ৱাটাৰ}}
* {{IMDb title|0240200|ৱাটাৰ}}
* [http://epress.lib.uts.edu.au/journals/index.php/mcs/article/view/2293/0 Displacing Androcracy: Cosmopolitan Partnerships in Bapsi Sidhwa’s Water].


[[শ্ৰেণী:ভাৰতৰ চলচ্চিত্ৰ]]
[[শ্ৰেণী:হিন্দী চলচ্চিত্ৰ]]

[[cs:Water]]
[[de:Water]]
[[en:Water (2005 film)]]
[[es:Agua (película de 2005)]]
[[fr:Water]]
[[it:Water - Il coraggio di amare]]
[[mk:Вода (филм)]]
[[ja:とらわれの水]]
[[pl:Water]]
[[pt:Water]]
[[ru:Вода (фильм, 2005)]]
[[fi:Water (vuoden 2005 elokuva)]]
[[sv:Water (film)]]
[[wuu:水 (电影)]]