Difference between revisions 109686 and 110531 on aswiki{{অনুবাদ}} {{Infobox Indian jurisdiction | native_name = গুৱাহাটী |former_name = গৌহাটী | nickname=<center> মন্দিৰৰ নগৰ, উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ | other_name = |type = মহানগৰ | skyline = GUWAHATI.jpg|thumb|GUWAHATI (contracted; show full)প ৰাজ্য]]ৰ [[বৰ্মণ ৰাজবংশ|বৰ্মণ]] আৰু [[পাল ৰাজবংশ]]ৰ ৰাজধানী আছিল। [[হিউৱেন চাঙ]]ৰ লিখনিৰ পৰা জানিব পৰা যায় যে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা ভাস্কৰবৰ্মণৰ (৭ম খ্ৰীষ্টাব্দ) ৰাজত্বকালত নগৰখনৰ বিস্তৃতি আছিল ১৯ কি:মি:, লগতে সম্ভৱতঃ ই ৰজাৰ ৩০,০০০ যুঁজাৰু নাওসমৃদ্ধ জলবাহিনীৰ প্ৰধান ঘাটি আছিল। পাল বংশৰ শাসনকালত ই ১০ম-১১শ শতিকালৈকে অসমৰ ৰাজধানী আছিল। আমবাৰীৰ খননকাৰ্য তথা [[কটন মহাবিদ্যালয়]]ৰ প্ৰেক্ষাগৃহ সাজোতে কৰা খননত উদ্ধাৰ হোৱা ইটাৰ দেৱাল আৰু ঘৰবোৰৰ পৰা ইয়াক ৯ম-১১শ শতিকা সময়ছোৱাৰ এখন অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ বৃহ ত্ৎ নগৰ বুলি অনুমান কৰিব পাৰি। [[File:River Brahmaputra.jpg|thumb|300px|গুৱাহাটীৰ খাৰঘূলিৰ ওচৰৰ ব্ৰহ্মপুত্ৰ]] ১২শ-১৫শ শতিকাৰ মাজত মধ্যযুগৰ সময়ছোৱাত [[কমতা ৰাজ্য]]ৰ পতনৰ পিছত নগৰখনে পূৰ্বৰ গৰিমা হেৰুৱায় আৰু প্ৰধানতঃ পশ্চিমৰ [[কোচ হাজো]] আৰু পূবৰ [[আহোম ৰাজ্য]]ৰ কূটনৈতিক থলী হৈ পৰে। [[মোগল]]ৰ হাতত কোচ ৰাজ্যৰ পশ্চিমভাগ ([[কোচ বিহাৰ]])ৰ পতন হোৱাৰ পিছত পূবৰ ভাগটো (কোচ হাজো) আহোমৰ অধীন হৈ পৰে। আহোম আৰু মোগলৰ মাজৰ সীমা কৰতোৱা নদী (এতিয়াৰ উত্তৰ বঙ্গত) বা মানস নদী নিৰ্ধাৰণ হ'লেও গুৱাহাটী এক গুৰুত্বপূৰ্ণ ঘাটি হৈ(contracted; show full)[[sv:Guwahati]] [[ta:குவஹாத்தி]] [[te:గౌహతి]] [[tr:Guwahati]] [[uk:Ґувахаті]] [[vi:Guwahati]] [[war:Guwahati]] [[zh:古瓦哈提]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=110531.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|