Difference between revisions 118437 and 118445 on aswiki

{{OS}}
'''অপাৰেটিং চিষ্টেম''' হৈছে  [[কম্পিউটাৰ]]ৰ হাৰ্ডৱেৰ আৰু চফ্টৱেৰৰ সম্পদ বা ৰিচোৰ্চ ব্যৱস্থাপনাকাৰী কিছু কম্পিউটাৰ প্ৰোগ্ৰামৰ সমষ্টি। অপাৰেটিং চিষ্টেমে কম্পিউটাৰ ও ব্যৱহাৰকাৰীৰপৰা ইনপুট লয় আৰু বিভিন্ন টাস্ক (কাৰ্য) তথা কম্পিউটাৰৰ আভ্যন্তৰীণ চিষ্টেম সম্পদসমুহ বণ্টন আৰু ব্যৱস্থাপনা কৰি ব্যবহাৰকাৰীৰ লগতে অন্যান্য প্ৰোগ্ৰামক সেয়া প্ৰদান কৰে।

== অপাৰেটিং চিষ্টেমৰ উদাহৰণ ==
*[[ইউনিক্স]]
*[[লীনাক্স]]
*[[মেক অ’এচ এক্স]]
*[[মাইক্ৰচফ্ট উইণ্ডোজ]]

{{-}}
{{Stub}}

[[শ্ৰেণী:কম্পিউটাৰ বিজ্ঞান]]
[[শ্ৰেণী:অপাৰেটিং চিষ্টেম| ]]

[[la:Systema internum]]
[[ml:ഓപ്പറേറ്റിങ്‌ സിസ്റ്റം]]
[[war:Sistema operatiba]]