Difference between revisions 118445 and 142876 on aswiki

{{OS}}
'''অপাৰেটিং চিষ্টেম''' হৈছে  [[কম্পিউটাৰ]]ৰ হাৰ্ডৱেৰ আৰু চফ্টৱেৰৰ সম্পদ বা ৰিচৰ্চ ব্যৱস্থাপনাকাৰী কিছু কম্পিউটাৰ প্ৰগ্ৰামৰ সমষ্টি। অপাৰেটিং চিষ্টেমে কম্পিউটাৰ তথা ব্যৱহাৰকাৰীৰপৰা ইনপুট লয় আৰু বিভিন্ন টাস্ক (কাৰ্য) তথা কম্পিউটাৰৰ আভ্যন্তৰীণ চিষ্টেম সম্পদসমহ বণ্টন আৰু ব্যৱস্থাপনা কৰি ব্যবহাৰকাৰীৰ লগতে অন্যান্য প্ৰগ্ৰামক সেয়া প্ৰদান কৰে।

== অপাৰেটিং চিষ্টেমৰ উদাহৰণ ==
*[[ইউনিক্স]]
*[[লিনাক্স]]
*[[মেক অ’এচ এক্সটেন]]
*[[মাইক্ৰচফ্ট উইণ্ডোজ]]

{{-}}
{{Stub}}

[[শ্ৰেণী:কম্পিউটাৰ বিজ্ঞান]]
[[শ্ৰেণী:অপাৰেটিং চিষ্টেম| ]]