Difference between revisions 128177 and 128178 on aswiki

{{unreferenced}}

{{Infobox|title    =কম্পিউটাৰ
|image   = {{nowrap begin}}[[File:Acer Aspire 8920 Gemstone by Georgy.JPG|x85px]][[File:DM IBM S360.jpg|x85px]][[Image:Columbia Supercomputer - NASA Advanced Supercomputing Facility.jpg|x85px]][[Image:Intertec Superbrain.jpg|x85px]]{{wrap}}[[File:Dell PowerEdge Servers.jpg|x85px]][[File:2010-01-26-technikkrempel-by-RalfR-05.jpg|x85px]][[File:Thinking Machines Connection Machine CM-5 Frostburg 2.jpg|x85px]][[File:G5 supplying Wikipedia via Gigabit at the Lange Nacht der Wissenschaften 2006 in Dresden.JPG|x85px]]{{nowrap end}}
}}
কম্পিউটাৰক অসমীয়াত পৰিকলন যন্ত্ৰ বুলিও কোৱা হয়৷ ইংৰাজী কম্পিউটাৰ শব্দটো আহিছে [[লেটিন ভাষা]]ৰ 'কম্পিউটে' শব্দৰ পৰা যাৰ অৰ্থ হৈছে [[গণনা]]৷ Oxford English Dictionary-ৰ মতে, কম্পিউটাৰ হৈছে এবিধ স্বয়ংক্ৰিয় বৈদ্যুতিক আহিলা যাক গণনা কাৰ্যত অথবা অন্যান্য কিছুমান কাৰ্য নিয়ন্ত্ৰণৰ বাবে গাণিতিক দৰ্শনৰ সহায়ত ব্যৱহাৰ কৰা হয় ৷

গতিকে আমি ক'ব পাৰোঁ যে, কম্পিউটাৰ হৈছে এনে এবিধ যন্ত্ৰ যাৰ দ্বাৰা বিভিন্ন গণনা কাৰ্য সমাধা কৰিব পৰাৰ উপৰিও য'ত গাণিতিক পদ্ধতিগতভাৱে তথ্য সংগ্ৰহ কৰি ৰাখিব পাৰি আৰু লগতে প্ৰয়োজন অনুসৰি সংৰক্ষিত তথ্যৰাজি উলিয়াই আনিব পৰা যায়৷

প্ৰথম বৈদ্যুতিক ডিজিটেল কম্পিউটাৰ সাঁজি উলিওৱা হৈছিল ১৯৪০ অৰ পৰা ১৯৪৫ চনৰ মাজভাগত। সেই সময়ৰ কম্পিউটাৰবোৰে একোটা প্ৰকাণ্ড কোঠাৰ সমান ঠাই আগুৰিছিল আৰু আজিৰ বক্তিগত কম্পিউটাৰৰ (PCs) তুলনাত হাজাৰগুণ বেছি বিদ্যুত ব্যয় কৰিছিল।<ref>[https://secure.www.upenn.edu/computing/resources/category/hardware/article/computer-power-usage In 1946, [[ENIAC]] required an estimated 174  &nbsp;kW. By comparison, a modern laptop computer may use around 30  &nbsp;W; nearly six thousand times less. "{{cite web|url=http://www.upenn.edu/computing/provider/docs/hardware/powerusage.html|title=Approximate Desktop & Notebook Power Usage". |publisher=University of Pennsylvania. Retrieved |accessdate=20 June 2009.]}}</ref>  তেতিয়াৰ দিনত ইয়াক বিশেষকৈ সৈন্যবাহীনিৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছিল।

= কম্পিউটাৰৰ চমু ইতিহাস =
    
গণনাৰ সুবিধাৰ বাবে প্ৰাচীন [[চীন]], [[মিছৰ]] আদি দেশত 'এবাকাচ' নামৰ এবিধ আহিলা ব্যৱহাৰ কৰা হৈছিল৷ এবাকাচ হৈছে এটা ফ্ৰেমত আবদ্ধ দহডাল শলাত একাদিকক্ৰমে এটাৰপৰা দহটালৈ মণি থকা এবিধ যতন৷ বৰ্তমান কালত আমাৰ ইয়াত এবাকাচ শিশুসকলৰ কিছুমান ফলিৰ এমূৰে দেখিবলৈ পোৱা যায়৷ এই বাকাচকেই কম্পিউটাৰৰ আদিৰূপ বুলি বৰ্তমান বিজ্ঞানীসকলে একেমুখে স্বীকাৰ কৰিছে৷ সপ্তদশ শতিকাত ব্ৰেইজ [[পাস্কেলে]] যোগ-বিয়োগ কৰিব পৰা যন্(contracted; show full)ইনপুট: যিবিলাক অংশৰদ্বাৰা কম্পিউটাৰক তথ্যৰ যোগান ধৰা হয় বা নিৰ্দেশ দিয়া হয় সেইবিলাক অংশকে ইনপুট বোলা হয়৷ কীব'ৰ্ড, মাউচ, ডিজিটেল কেমেৰা, ৱে'ব কেমেৰা, স্কেনাৰ আদি হ'ল ইনপুটৰ আহিলা ৷

=তথ্য সংগ্ৰহ=
{{Reflist}}


[[শ্ৰেণী:কম্পিউটাৰ বিজ্ঞান]]
[[শ্ৰেণী:তথ্য প্ৰযুক্তি]]