Difference between revisions 128178 and 128180 on aswiki{{unreferenced}} {{Infobox|title =কম্পিউটাৰ |image = {{nowrap begin}}[[File:Acer Aspire 8920 Gemstone by Georgy.JPG|x85px]][[File:DM IBM S360.jpg|x85px]][[Image:Columbia Supercomputer - NASA Advanced Supercomputing Facility.jpg|x85px]][[Image:Intertec Superbrain.jpg|x85px]]{{wrap}}[[File:Dell PowerEdge Servers.jpg|x85px]][[File:2010-01-26-technikkrempel-by-RalfR-05.jpg|x85px]][[File:Thinking Machines Connection Machine CM-5 Frostburg 2.jpg|x85px]][[File:G5 supplying Wikipedia via Gigabit at the Lange (contracted; show full)উটাৰৰ (PCs) তুলনাত হাজাৰগুণ বেছি বিদ্যুত ব্যয় কৰিছিল।<ref>In 1946, [[ENIAC]] required an estimated 174 kW. By comparison, a modern laptop computer may use around 30 W; nearly six thousand times less. {{cite web|url=http://www.upenn.edu/computing/provider/docs/hardware/powerusage.html|title=Approximate Desktop & Notebook Power Usage|publisher=University of Pennsylvania|accessdate=20 June 2009}}</ref>তেতিয়াৰ দিনত ইয়াক বিশেষকৈ সৈন্যবাহীনিৰ বিভিন্ন কামত ব্যৱহাৰ কৰা হৈছিল। ⏎ সংহত বৰ্তনী (integrated circuit)ৰ সহায়ত নিৰ্মান কৰা আধুনিক কম্পিউটাৰসমূহ পুৰণি মেছিনবিলাকতকৈ কেইবা কোটিগুণে শক্তিশালী হয় কিন্তু ই আকৃতিত আগৰবোৰৰ সামান্য এক অংশমানহে হয়।<ref>Early computers such as [[Colossus computer|Colossus]] and [[ENIAC]] were able to process between 5 and 100 operations per second. A modern “[[commodity]]” [[microprocessor]] (as of 2007) can process billions of operations per second, and many of these operations are more complicated and useful than early computer operations. {{cite web |url=http://www.intel.com/cd/channel/reseller/asmo-na/eng/products/mobile/processors/core2duo_m/feature/index.htm |title=Intel Core2 Duo Mobile Processor: Features |publisher=Intel Corporation |accessdate=20 June 2009}}</ref> এই ধৰণৰ ক্ষুদ্ৰ কম্পিউটাৰসমূহ ভ্ৰাম্যমান সঁজুলিবিলাকত (mobile device) ব্যৱহাৰ কৰিবলৈ অতি সহজ, যিবিলাকক কিছুমান সুক্ষ্ম আকৃতিৰ বেটেৰীৰ সহায়ত চলাব পৰা যায়।⏎ ⏎ = কম্পিউটাৰৰ চমু ইতিহাস = গণনাৰ সুবিধাৰ বাবে প্ৰাচীন [[চীন]], [[মিছৰ]] আদি দেশত 'এবাকাচ' নামৰ এবিধ আহিলা ব্যৱহাৰ কৰা হৈছিল৷ এবাকাচ হৈছে এটা ফ্ৰেমত আবদ্ধ দহডাল শলাত একাদিকক্ৰমে এটাৰপৰা দহটালৈ মণি থকা এবিধ যতন৷ বৰ্তমান কালত আমাৰ ইয়াত এবাকাচ শিশুসকলৰ কিছুমান ফলিৰ এমূৰে দেখিবলৈ পোৱা যায়৷ এই বাকাচকেই কম্পিউটাৰৰ আদিৰূপ বুলি বৰ্তমান বিজ্ঞানীসকলে একেমুখে স্বীকাৰ কৰিছে৷ সপ্তদশ শতিকাত ব্ৰেইজ [[পাস্কেলে]] যোগ-বিয়োগ কৰিব পৰা যন্ত্ৰ এটা সাজি উলিয়াইছিল৷ পাস্কেলৰ সেই যন্ত্ৰটোকে কিছু উন্নত কৰি জাৰ্মান গণ(contracted; show full)ইনপুট: যিবিলাক অংশৰদ্বাৰা কম্পিউটাৰক তথ্যৰ যোগান ধৰা হয় বা নিৰ্দেশ দিয়া হয় সেইবিলাক অংশকে ইনপুট বোলা হয়৷ কীব'ৰ্ড, মাউচ, ডিজিটেল কেমেৰা, ৱে'ব কেমেৰা, স্কেনাৰ আদি হ'ল ইনপুটৰ আহিলা ৷ =তথ্য সংগ্ৰহ= {{Reflist}} [[শ্ৰেণী:কম্পিউটাৰ বিজ্ঞান]] [[শ্ৰেণী:তথ্য প্ৰযুক্তি]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=128180.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|