Difference between revisions 146447 and 180259 on aswiki

{{Infobox musical artist 
| bgcolour                = lightgray
| name                     = তৰালি শৰ্মা
| image                    = Tarali Sarma.jpg
| image_size          = 220px
| caption                  = বিগ অসমীয়া মিউজিক এৱাৰ্ড ২০১০ত শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বঁটা লাভ কৰাৰ পাছত তৰালী 
| birth_date            = {{birth date and age|df=yes|1975|08|04}}
| background          = solo_singer
| birth_place          = 
|origin                     = [[অসম]], [[ভাৰত]]
| genre                    = শাস্ত্ৰীয় সংগীত, লোক-সংগীত, আধুনিক
| occupation           = কণ্ঠশিল্পী, সুৰকাৰ, সংগীত পৰিচালিকা
| instrument            = কণ্ঠ
| parents                 = প্ৰভাত শৰ্মা
| nationality           = ভাৰতীয় {{flagicon|IND}}
| label                      = বিভিন্ন
| associated_acts   = 
| website                = [http://taralisarma.com/ taralisarma.com]
}}
'''তৰালি শৰ্মা''' ({{lang-en|Tarali Sarma}}, জন্ম:৪ আগষ্ট, ১৯৭৫) [[অসম]]ৰ এগৰাকী কণ্ঠশিল্পী আৰু সংগীত পৰিচালিকা। মূলতঃ শাস্ত্ৰীয় সংগীত আৰু লোক-সংগীতৰ চৰ্চা কৰা তৰালিয়ে মঞ্জু বৰাৰ [[অসমৰ চলচ্চিত্ৰ|অসমীয়া ছবি]] '''আকাশীতৰাৰ কথাৰে...''' নামৰ বোলছবিখনত "কিমতে ভকতি কৰিব....." শীৰ্ষক ঘোষাভাগিত কৰা কণ্ঠদানৰ বাবে ২০০৩ চনৰ শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ [[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা|ৰাষ্ট্ৰীয় বঁটা]] লাভ কৰে।<ref name="pib"/><ref name="spider">{{cite web | url=http://www.assamspider.com/resources/3474-Profile-Tarali-Sarma-Assamese-Indian-singer.aspx | title=Profile of Tarali Sarma, Assamese Indian singer | publisher=Assam Spider | accessdate=December 20, 2011}}</ref><ref name="about">{{cite web | url=http://taralisarma.com/about.html | title=About Tarali | publisher=taralisarma.com | accessdate=December 20, 2011}}</ref>    

==প্ৰাৰম্ভিক জীৱন আৰু ব্যক্তিগত জীৱন==
তৰালী শৰ্মাৰ জন্ম হয় ১৯৭৫ চনৰ ৪ আগষ্টত। তৰালীৰ পিতৃ প্ৰভাত শৰ্মা হৈছে অসমৰ এজন পৰিচীত লোক-সংগীতৰ শিল্পী, বাঁহীবাদক আৰু সংগীত পৰিচালক। সেযে তৰালী সৰুৰে পৰাই সংগীতময় পৰিবেশত ডাঙৰ-দীঘল হয় আৰু ঘৰতেই সংগীত শিক্ষা লাভ কৰে। তৰালীয়ে তেখেতৰ পিতৃ আৰু বৰদেউতাক বশিষ্ট দেৱ শৰ্মাক, যি হৈছে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ, নিজৰ প্ৰৰণাৰ উৎস ৰূপে বিবেচনা কৰে।<ref name="about"/>

(contracted; show full)*{{imdb name|id=3690421|name=তৰালী শৰ্মাৰ}}
*তৰালী শৰ্মাৰ [http://taralisarma.com/compos_work.html সাংগিতীক কাৰ্য]

{{National Film Award Best Female Playback Singer}}

[[শ্ৰেণী:অসমৰ সঙ্গীত পৰিচালক]]
[[শ্ৰেণী:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী|তৰালী শৰ্মা]]
[[শ্ৰেণী:অসমীয়া কণ্ঠশিল্পী]]