Difference between revisions 180259 and 180260 on aswiki

{{Infobox musical artist 
| bgcolour                = lightgray
| name                     = তৰালি শৰ্মা
| image                    = Tarali Sarma.jpg
| image_size          = 220px
| caption                  = বিগ অসমীয়া মিউজিক এৱাৰ্ড ২০১০ত শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বঁটা লাভ কৰাৰ পাছত তৰালী 
| birth_date            = {{birth date and age|df=yes|1975|08|04}}
| background          = solo_singer
(contracted; show full)"pib"/><ref name="spider">{{cite web | url=http://www.assamspider.com/resources/3474-Profile-Tarali-Sarma-Assamese-Indian-singer.aspx | title=Profile of Tarali Sarma, Assamese Indian singer | publisher=Assam Spider | accessdate=December 20, 2011}}</ref><ref name="about">{{cite web | url=http://taralisarma.com/about.html | title=About Tarali | publisher=taralisarma.com | accessdate=December 20, 2011}}</ref>

==প্ৰাৰম্ভিক জীৱন আৰু ব্যক্তিগত জীৱন==
তৰাল
ি শৰ্মাৰ জন্ম হয় ১৯৭৫ চনৰ ৪ আগষ্টত। তৰালিৰ পিতৃ প্ৰভাত শৰ্মা হৈছে অসমৰ এজন পৰিচিত লোক-সংগীতৰ শিল্পী, বাঁহীবাদক আৰু সংগীত পৰিচালক। সেযে তৰালি সৰুৰে পৰাই সংগীতময় পৰিবেশত ডাঙৰ-দীঘল হয় আৰু ঘৰতেই সংগীত শিক্ষা লাভ কৰে। তৰালিয়ে তেখেতৰ পিতৃ আৰু বৰদেউতাক বশিষ্ট দেৱ শৰ্মাক, যি হৈছে বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ, নিজৰ প্ৰৰণাৰ উৎস ৰূপে বিবেচনা কৰে।<ref name="about"/>

১২ বছৰৰ বয়সতে তৰালিয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰ এটি অনুষ্ঠানৰ বাবে সংগীত পৰিচালনা কৰে।<ref name="about"/> সেয়াই আছিল তাইৰ শিল্পী জীৱন জীৱনৰ আৰম্ভণি।

২০০৬ চনৰ ১ ডিচেম্বৰ তাৰিখে তৰালি জিন্টু বৰদলৈৰ লগত বিবাহপাশত আবদ্ধ হয়।

==শিল্পী জীৱন==
তৰালীয়ে বৰ্তমানলৈ বহু গীতত কণ্ঠদান কৰাৰ লগতে বিভিন্ন বোলছবি, চুটি ছবি, তথ্যচিত্ৰ, আৰু ধাৰাবাহিকৰ বাবে সংগীত পৰিচালনা কৰিছে।<ref name="about"/> অসমীয়া লোক-সংগীতৰ ওপৰত তেখেতে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি গীতসমূহ ৰচনা কৰে। তেখেতৰ প্ৰথম এলবাম আছিল ‘অভিমান’।

তৰালী হৈছে আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া শিল্পী। ইয়াৰোপৰি তেখেত হৈছে [[ভ্ৰাম্যমাণ থিয়েটাৰ]]ৰ প্ৰথম মহিলা সংগীত পৰিচালিকা।<ref name="about"/>

(contracted; show full)*{{imdb name|id=3690421|name=তৰালী শৰ্মাৰ}}
*তৰালী শৰ্মাৰ [http://taralisarma.com/compos_work.html সাংগিতীক কাৰ্য]

{{National Film Award Best Female Playback Singer}}

[[শ্ৰেণী:অসমৰ সঙ্গীত পৰিচালক]]
[[শ্ৰেণী:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী|তৰালী শৰ্মা]]
[[শ্ৰেণী:অসমীয়া কণ্ঠশিল্পী]]