Difference between revisions 180260 and 180261 on aswiki

{{Infobox musical artist 
| bgcolour                = lightgray
| name                     = তৰালি শৰ্মা
| image                    = Tarali Sarma.jpg
| image_size          = 220px
| caption                  = বিগ অসমীয়া মিউজিক এৱাৰ্ড ২০১০ত শ্ৰেষ্ঠ মহিলা কণ্ঠশিল্পীৰ বঁটা লাভ কৰাৰ পাছত তৰালী 
| birth_date            = {{birth date and age|df=yes|1975|08|04}}
| background          = solo_singer
(contracted; show full)

১২ বছৰৰ বয়সতে তৰালিয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰ এটি অনুষ্ঠানৰ বাবে সংগীত পৰিচালনা কৰে।<ref name="about"/> সেয়াই আছিল তাইৰ শিল্পী জীৱন জীৱনৰ আৰম্ভণি।

২০০৬ চনৰ ১ ডিচেম্বৰ তাৰিখে তৰালি জিন্টু বৰদলৈৰ লগত বিবাহপাশত আবদ্ধ হয়।

==শিল্পী জীৱন==
তৰাল
িয়ে বৰ্তমানলৈ বহু গীতত কণ্ঠদান কৰাৰ লগতে বিভিন্ন বোলছবি, চুটি ছবি, তথ্যচিত্ৰ, আৰু ধাৰাবাহিকৰ বাবে সংগীত পৰিচালনা কৰিছে।<ref name="about"/> অসমীয়া লোক-সংগীতৰ ওপৰত তেখেতে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি গীতসমূহ ৰচনা কৰে। তেখেতৰ প্ৰথম এলবাম আছিল ‘অভিমান’।

তৰালি হৈছে আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া শিল্পী। ইয়াৰোপৰি তেখেত হৈছে [[ভ্ৰাম্যমাণ থিয়েটাৰ]]ৰ প্ৰথম মহিলা সংগীত পৰিচালিকা।<ref name="about"/>

২০০৩ চনত তৰালিয়ে মঞ্জু বৰাৰ অসমীয়া ছবি "আকাশীতৰাৰ কথাৰে..."-ৰ প্ৰথমবাৰৰ বাবে সংগীত পৰিচালনাৰ লগতে গীতত কণ্ঠদানো কৰে। এই ছবিখনত গোৱা এটি ভক্তিমূলক ‘কাকুতি ঘোষা’-ৰ বাবে তেখেতে ২০০৩ চনৰ শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ [[ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা|ৰাষ্ট্ৰীয় বঁটা]] লাভ কৰে।<ref name="works">{{cite web | url=http://taralisarma.com/compos_work.html | title=Compositions & Works | publisher=taralisarma.com | accessdate=December 20, 2011}}</ref> উল্লেখযোগ্য যে এই ঘোষাটোত কোনো বাদ্যযন্ত্ৰৰ সংগীত ব্যৱহাৰ কৰা হোৱা নাছিল।<ref name="pib"/> বঁটা প্ৰদানকাৰী জুৰীয়ে এইদৰে লিখিছে: 
{{cquote|The award for the Best Female Playback Singer of 2003 is given to Tarali Sarma in “''Akashitorar Kothare...''” for her tuneful rendition of a devotional song without instrumental accompaniment.}}
২০০৭ চনৰ মাৰ্চত তৰালিয়ে "ৱাইণ্ডচংচ্" নামৰ এক প্ৰযোজনা সংস্থা প্ৰতিষ্ঠা কৰে। তেওঁলোকৰ প্ৰথম প্ৰযোজনা আছিল প্ৰভাত শৰ্মাৰ বাঁহীবাদনৰ এলবাম "পিচ অফ লাইফ"। তাৰ পাছতেই ২০০৮ চনত প্ৰযোজনা কৰে তৰালিৰ একক আধুনিক গীতৰ এলবাম "মুকলি"।<ref name="windsongs">{{cite web | url=http://taralisarma.com/wind_songs.html | title=Wind songs | publisher=taralisarma.com | accessdate=December 21, 2011}}</ref>

==সংগীতপঞ্জী==
===সংগীত পৰিচালনা===
{{multicol}}
*আকাশীতৰাৰ কথাৰে... (বোলছবি, ২০০৩)
*লাজ (বোলছবি, ২০০৪)
*যাত্ৰা, দা পাচেজ (বোলছবি, ২০০৪)
(contracted; show full)*{{imdb name|id=3690421|name=তৰালী শৰ্মাৰ}}
*তৰালী শৰ্মাৰ [http://taralisarma.com/compos_work.html সাংগিতীক কাৰ্য]

{{National Film Award Best Female Playback Singer}}

[[শ্ৰেণী:অসমৰ সঙ্গীত পৰিচালক]]
[[শ্ৰেণী:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী|তৰালী শৰ্মা]]
[[শ্ৰেণী:অসমীয়া কণ্ঠশিল্পী]]