Difference between revisions 170517 and 176680 on aswiki

{{unreferenced}}
'''হাফিজ আহমেদ''' (ইংৰাজী : Hafiz Ahmed ) [[অসম]]ৰ এজন কবি, সমালোচক,সাংবাদিক আৰু কৃতি শিক্ষক। [[বৰপেটা জিলা]]ৰ কপোহা গাঁৱত ১ চেপ্তেম্বৰ ১৯৬২ চনত তেখেতৰ জন্ম লৈছিল। তেখেতে ব্তমান " চৰ-চাপৰি সাহিত্য পৰিষদ, অসম" ৰ সভাপতি হিচাবে কা্য্যনি্বাহ কৰি আছে।

== শিক্ষা ==
হাফিজ আহমেদৰ প্াথমিক শিক্ষা কপোহা প্াথমিক বিদ্যালয়তে আৰম্ভ হৈছিল যদিও মন্দিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে মেট্িক উত্তী্ণ হৈ মাধৱ চৌধাৰী মহাবিদ্যালয় ,[[বৰপেটা]]ত ইংৰাজীত অনা্চ লৈ কিছুদিন পঢ়াৰ পিছত বি. এন. কলেজত পঢ়ে আৰু এম ছি কলেজৰ পৰাই স্নাতক ডিগ্ী লয়। [[গুৱাহাটী বিশ্ববিদ্যালয়]]ৰ পৰা ১৯৮৮ চনত ইংৰাজীত স্নাতকোত্তৰ (এম এ ) লয় আৰু ব্তমান আমৰঙা বড়ীহাট (মি্জা) উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাবে কৰ্মৰত। শ্ী আহমেদ ১৯৯৫ চনত অসমীয়াত দ্বিতীয়বাৰ এম এ কৰে আৰু আধুনিক ভাৰতীয় ভাষা বিভাগৰ ড° দিলীপ বৰাৰ তত্বাবধানত পি.এইচ ডি. ডিগ্ী লয়।

== সাহিত্য ক্ম ==
* সম্প্তিৰ এমুঠি গল্প  
* পাৰ: গল্প সংকলন  
* খিৰিকীখন মেলি দিয়া  
* লক্ষীপুৰৰ পৰা বি টি এ ডি লৈ  
* বিপন্ন অধিকাৰ 
* বাশঁবাড়ীৰ ফজল মিঞা  
* নাৰী শিক্ষাৰ অগ্দূত বেগম ৰোকেয়া  
* ভূত বাংলো (অনুবাদ )  
* চাচাৰ কিমিটিৰ প্তিবেদন : প্তিশ্ুতি আৰু বাস্তৱ  
* বিত্কৰ বাহমাৰুলী অসমৰ বিদেশী সমস্যা  
* গান্ধীবাদ আৰু অসমীয়া উপন্যাস  
* সংকীৰ্ণতাৰ বিৰূদ্ধে , মানৱতাৰ সপক্ষে : ইছমাইল হোছেইন ৰচনা সমগ্ 

[[শ্ৰেণী:অসমীয়া সাহিত্যিক]]