Difference between revisions 170516 and 170517 on aswiki{{unreferenced}} '''হাফিজ আহমেদ''' (ইংৰাজী : Hafiz Ahmed ) [[অসম]]ৰ এজন কবি, সমালোচক,সাংবাদিক আৰু কৃতি শিক্ষক। [[বৰপেটা জিলা]]ৰ কপোহা গাওঁৱত ১ চেপ্তেম্বৰ ১৯৬২ চনত তেখেতৰ জন্ম লৈছিল !। তেখেত একেলেথাৰিয়ে অসমীয়া সাহিত্য জগতৰ এজন সুনামধন্য কবি ে বর্তমান " চৰ-চাপৰি সাহিত্য পৰিষদ, অসমালোচক , সাহিত্যিক,সাংবাদিক হোৱাৰ উপৰিও এজন কৃতি শিক্ষক ! " ৰ সভাপতি হিচাবে কার্য্যনির্বাহ কৰি আছে। == শিক্ষা == হাফিজ আহমেদৰ প্রাথমিক শিক্ষা কপোহা প্রাথমিক বিদ্যালয়তে আৰম্ভ হৈছিল যদি ও মন্দিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে মেট্রিক উত্তীর্ণ হৈ মাধৱ চৌধাৰী মহাবিদ্যালয় ,[[বৰপেটা]]ত ইংৰাজীত অনার্চ লৈ কিছুদিন পঢ়াৰ পিছত বি. এন. কলেজত পঢ়ে যদি ওআৰু এম ছি কলেজৰ পৰাই স্নাতক ডিগ্রী লয় ! । [[গুৱাহাটিী বিশ্ববিদ্যালয়]]ৰ পৰা ১৯৮৮ চনত ইংৰাজীত স্নাতকোত্তৰ (এম এ ) লয় আৰু বর্তমান আমৰঙা বড়ীহাট (মির্জা) উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক হিচাবে কৰ্মৰত ! আমোদজনক ভাবে। শ্রী আহমেদ ১৯৯৫ চনত অসমীয়াত দ্বিতীয় বাৰ এম এ কৰে আৰু আধুনিক ভাৰতীয় ভাষা বিভাগৰ ড.° দিলীপ বৰাৰ তত্বাবধানত পি.এইচ ডি. ডিগ্রী লয় ! । == সাহিত্য কর্ম == ১.* সম্প্রতিৰ এমুঠি গল্প ⏎ ২.* পাৰ: গল্প সংকলন ⏎ ⏎ ৩. ⏎ * খিৰিকীখন মেলি দিয়া ⏎ ⏎ ৪. ⏎ * লক্ষীপুৰৰ পৰা বি টি এ ডি লৈ ⏎ ⏎ ৫. ⏎ * বিপন্ন অধিকাৰৰ ⏎ ৬.* বাশঁবাড়ীৰ ফজল মিঞা ⏎ ⏎ ৭. ⏎ * নাৰী শিক্ষাৰ অগ্রদূত বেগম ৰোকেয়া ⏎ ⏎ ৮. ⏎ * ভূত বাংলো (অনুবাদ ) ⏎ ⏎ ৯. ⏎ * চাচাৰ কিমিটিৰ প্রতিবেদন : প্রতিশ্রুতি আৰু বাস্তৱ ⏎ ⏎ ১০. ⏎ * বিতর্কৰ বাহমাৰুলী অসমৰ বিদেশী সমস্যা ⏎ ⏎ ১১. ⏎ * গান্ধীবাদ আৰু অসমীয়া উপন্যাস ⏎ ⏎ ১২. ⏎ * সংকীৰ্ণতাৰ বিৰূদ্ধে , মানৱতাৰ সপক্ষে : ইছমাইল হোছেইন ৰচনা সমগ্র ইয়াৰ উপৰিও তেখেতে আৰু ১৫ খন মান অসমীয়া গ্রন্থ লিখিছে যদিও পর্যাপ্ত তত্বৰ অভাৱত নাম দিব নোৱাৰিলো ! চৰ-চাপৰিৰ পৰা উঠি এইজন সুনাম ধন্য সাহিত্যিক বর্তমান " চৰ-চাপৰি সাহিত্য পৰিষদ, অসম" ৰ সভাপতি হিচাবে কার্য্যনির্বাহ কৰি আছে !⏎ ⏎ [[শ্ৰেণী:অসমীয়া সাহিত্যিক]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=170517.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|