Difference between revisions 173926 and 176971 on aswiki{{Wikify}} '''জতুৱা ঠাঁচ''' [[অসমীয়া]] ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমিষ্ট, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হলে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ [[ইংৰাজী ভাষা]]ৰ সমাৰ্থক শব্দ হৈছে [[:en:wikipedia:Idiom| Idiom]] । ==কেইটামান জতুৱা ঠাঁচ== তলত জনপ্ৰিয় জতুৱা ঠাঁচৰ সংগ্ৰহ এটা দিয়া হৈছে। * অৱস্থা চাই ব্যৱস্থা : চাই চিতি উপায় কৰা । * অকঁৰা মৈত উঠা : মিচাতে কোনো কামত ধৰি এৰিব নোখোজা । * অলপ ধতুৱা : সাহ নথকা, ভয়াতুৰ । * আঁঠু কাঢ় : আঁঠুৰে বুল । * আঁঠু ল : মাটিত আঠু লগাই সেৱা কৰ । * অাআভুৱা ভৰা : মিচা কথা কৈ দায় সৰা । * আকাশত চাং পতা : অস্বাভাৱিক কল্পনা কৰা । * আলাশৰ লাড়ু : অতি মৰমৰ । * এপাচি শাকত এটা জলকীয়া : বেচি প্ৰয়োজনত কম যোগান । * ওপৰ চকুৱা : অসাৱধান বা বেহিচাপী লোক * কপাল ফুটা : দু্ৰ্ভগীয়া । * কপাল ফুলা : সৌভাগ্যই লগ দিয়া । * কপাল ধো : আশা এৰ (contracted; show full)==লগতে চাওক:== *[[ফকৰা যোজনা]] ==তথ্য সংগ্ৰহ== {{Reflist}} [[Category:অসমৰ ভাষা আৰু লিপি]] [[শ্ৰেণী:অসমীয়া ব্যাকৰণ]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=176971.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|