Difference between revisions 176971 and 220215 on aswiki{{Wikify}} '''জতুৱা ঠাঁচ''' [[অসমীয়া]] ভাষাত প্ৰায়ে ব্যৱহৃত শব্দৰ সমিষ্ট, যাক বিশেষ কথা একোটা বুজাবলৈ ব্যৱহাৰ কৰা হয়। জতুৱা ঠাঁচৰ গাইগুটিয়া শব্দবোৰৰ অৰ্থ বেলেগ, কিন্তু বাক্যত ব্যৱহাৰ হলে বেলেগ বিশেষ অৰ্থ এটা বুজায়। জতুৱা ঠাঁচৰ [[ইংৰাজী ভাষা]]ৰ সমাৰ্থক শব্দ হৈছে [[:en:wikipedia:Idiom| Idiom]] । ==কেইটামান জতুৱা ঠাঁচ== তলত জনপ্ৰিয় জতুৱা ঠাঁচৰ সংগ্ৰহ এটা দিয়া হৈছে। (contracted; show full)* শেনৰ এজাত * শেন চকুৱা * শূণ্যত গদা ঘূৰোৱা * সাত ঘাটৰ চেঙেলী : অতি টেঙৰ । * সাত ঘাটৰ সৈয়াকণী * সাহেই সিদ্ধি ==লগতে চাওক :== *[[ফকৰা যোজনা]] ==তথ্য সংগ্ৰহ== {{Reflist}} {{অসমীয়া ভাষা}} [[Category:অসমৰ ভাষা আৰু লিপি]] [[শ্ৰেণী:অসমীয়া ব্যাকৰণলোকসাহিত্য]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=220215.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|