Difference between revisions 177220 and 183172 on aswiki

{{stub}}'''আচমানী কিতাপ বা আকাশী কিতাপ '''  বা ঐশ্বিক গ্ৰন্থ বুলিলে এনে কিছুমান গ্ৰন্থক বুজায় যিবোৰ ইছলাম ধৰ্মত মুচ[[মুছলিম|মুছলমানসকলে]] ঈশ্বৰপ্ৰদত্ত গ্ৰন্থ বুলি বিশ্বাস কৰে। ইছলাম ধৰ্মত যি [[ঈমান|৭টি মৌলিক বিষয়ৰ ওপৰত বিশ্বাস]] স্থাপন কৰিব লাগে তাৰ মাজত সকলো আচমানী কিতাপ, যিবোৰ প্ৰত্যক্ষভাবে ঈশ্বৰৰ পক্ষৰ পৰা অবতীৰ্ণ হৈছে।

==প্ৰধান চাৰিখন আচমানী কিতাপ==
*তৌৰাত, যি অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত মুসা [আ.]-ৰ উপৰত,
*যাবুৰ, যি অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত দাউদ [আ.]-ৰ উপৰত,
*ইনযিল, (বাইবেল) যি অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত ঈসা [আ.]-ৰ উপৰত, আৰু
*[[কোৰান|আল‌‌-কোৰআন]] সৰ্বশেষ আৰু পৰিপূৰ্ণ আচমানী কিতাব, যি অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত মুহাম্মদ [স.]-ৰ উপৰত।

[[শ্ৰেণী:ইছলাম ধৰ্ম]]