Difference between revisions 183172 and 183174 on aswiki{{stub}}'''আচমানী কিতাপ বা আকাশী কিতাপ ''' বা ঐশ্বিক গ্ৰন্থ বুলিলে এনে কিছুমান গ্ৰন্থক বুজায় যিবোৰ ইছলাম ধৰ্মত [[মুছলিম|মুছলমানসকলে]] ঈশ্বৰপ্ৰদত্ত গ্ৰন্থ বুলি বিশ্বাস কৰে। ইছলাম ধৰ্মত যি [[ঈমান|৭টি মৌলিক বিষয়ৰ ওপৰত বিশ্বাস]] স্থাপন কৰিব লাগে তাৰ মাজত সকলো আচমানী কিতাপ, যিবোৰ প্ৰত্যক্ষভাবে ঈশ্বৰৰ পক্ষৰ পৰা অবতীৰ্ণ হৈছে। ==প্ৰধান চাৰিখন আচমানী কিতাপ== *তৌ[[তাওৰাত]], যিখন অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত [[মুছা|মুসছা [আ.]-ৰ(আঃ)ৰ]] উপৰত, *যজাবুৰ, যিখন অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত দাউদ [আ.]-ৰ উপৰত, *ইনযিল, [[দাউদ|দাউদ (আঃ)ৰ]] উপৰত, *[[ইঞ্জিল]] (বাইবেল), যিখন অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত ঈসা [আ.]-[[ঈছা|ঈছা (আঃ)]] ([[যীশু]]ৰ উপৰত, আৰু *[[কোৰাআন|আল-কোৰআন]] সৰ্বশেষ আৰু পৰিপূৰ্ণ আচমানী কিতাব, যিখন অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক হজৰত [[মুহাম্মাদ|মুহাম্মাদ [স.]-(ছাঃ)]]ৰ উপৰত। [[শ্ৰেণী:ইছলাম ধৰ্ম]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=183174.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|