Difference between revisions 183174 and 337779 on aswiki{{stub}}'''আচমানী কিতাপ বা আকাশী কিতাপ ''' বা ঐশ্বিক গ্ৰন্থ বুলিলে এনে কিছুমান গ্ৰন্থক বুজায় যিবোৰ ইছলাম ধৰ্মত [[মুছলিম|মুছলমানসকলে]] ঈশ্বৰপ্ৰদত্ত গ্ৰন্থ বুলি বিশ্বাস কৰে। ইছলাম ধৰ্মত যি [[ঈমান|৭টি মৌলিক বিষয়ৰ ওপৰত বিশ্বাস]] স্থাপন কৰিব লাগে তাৰ মাজত সকলো আচমানী কিতাপ, যিবোৰ প্ৰত্যক্ষভাবে ঈশ্বৰৰ পক্ষৰ পৰা অবতীৰ্ণ হৈছে। ⏎ ⏎ এটা কিতাব হলে যে কি ভাল হল হেঁতেন ' like এটা কিতাৱ, এটা ভাষা, এটা ধৰ্ম , যদি এটা সৃষ্টি কৰ্তা , ==প্ৰধান চাৰিখন আচমানী কিতাপ== *[[তাওৰাত]], যিখন অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক [[মুছা|মুছা (আঃ)ৰ]] উপৰত, *জাবুৰ, যিখন অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক [[দাউদ|দাউদ (আঃ)ৰ]] উপৰত, *[[ইঞ্জিল]] (বাইবেল), যিখন অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক [[ঈছা|ঈছা (আঃ)]] ([[যীশু]]ৰ উপৰত, আৰু *[[কোৰআন|আল-কোৰআন]] সৰ্বশেষ আৰু পৰিপূৰ্ণ আচমানী কিতাব, যিখন অবতীৰ্ণ হৈছে ঈশ্বৰৰ বাণীবাহক [[মুহাম্মাদ|মুহাম্মাদ (ছাঃ)]]ৰ উপৰত। [[শ্ৰেণী:ইছলাম ধৰ্ম]] All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=337779.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|