Difference between revisions 80627 and 80896 on aswiki

{{New page}}

'''পচন সাৰ''' হৈছে একপ্রকাৰ জৈৱিক সাৰ। ইয়াক ঘৰুৱা জৈৱিক পেলনীয়া পদাৰ্থৰ পৰা তৈয়াৰ কৰা হয়।
==উৎপাদন প্রক্রিয়া==
সাধাৰণতঃ বাৰীৰ পাচফালে এটা গাঁত খান্দি তাত ঘৰত কটা, ৰন্ধা ৱা খোৱাৰ পাছত বাকী ৰোৱা শাক, পাচলি, বা অন্যান্য খাদ্যবস্তুৰ অৱশিষ্ট সমূহ কেইবামাহৰো{{citation needed}} বাবে পুতি ৰখা হয়, যাতে পচে। ইয়াৰ পাচত এইখিনি গাঁতৰ পৰা উলিয়াই কৃষিকাৰ্য্যত জৈৱিক সাৰ হিচাবে ব্যৱহাৰ কৰিব পৰা যায়।