Difference between revisions 80896 and 87490 on aswiki{{New page}}
'''পচন সাৰ''' হৈছে একপ্রৰকাৰ জৈৱিক সাৰ। ইয়াক ঘৰুৱা জৈৱিক পেলনীয়া পদাৰ্থৰ পৰা তৈয়াৰ কৰা হয়।
==উৎপাদন প্রৰক্রৰিয়া==
সাধাৰণতঃ বাৰীৰ পাচফালে এটা গাঁত খান্দি তাত ঘৰত কটা, ৰন্ধা ৱা খোৱাৰ পাছত বাকী ৰোৱা শাক, পাচলি, বা অন্যান্য খাদ্যবস্তুৰ অৱশিষ্ট সমূহ কেইবামাহৰো{{citation needed}} বাবে পুতি ৰখা হয়, যাতে পচে। ইয়াৰ পাচত এইখিনি গাঁতৰ পৰা উলিয়াই কৃষিকাৰ্য্যত জৈৱিক সাৰ হিচাবে ব্যৱহাৰ কৰিব পৰা যায়।
This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|