Difference between revisions 81315 and 81334 on aswiki==বিলোপন== :: গীতাৰ্থ, পোণে পোণে বিলোপ জাননী দি মানুহক নিৰুত্সাহ কৰাতকৈ প্ৰবন্ধটো ৱিকিপিডিয়াৰ শৈলীলৈ আনিব পাৰি নেকি সেয়া চেষ্টা কৰা উচিত| সকলো ৱিকিপিডিয়ান নহয়| আমাৰ এই দুৰ্দিনত কোনোবাই কিবা এটা লিখিবলৈ আগবাঢ়ি আহিছে.. ভাল কথা| পৰাপক্ষত তেওঁলোকক উত্সাহ দিব লাগে| বিলোপন জাননীখন আতৰাই দি অন্য এখন জাননী লগাই থোৱা মই পছন্দ কৰো| '''[[User:Bishnu_Saikia|<span style='font-family: "Trebuchet MS"; color:#4B0082'><big>বি</big><small>ষ্ণু শইকীয়া</small></span>]]''' <sup><small>[[User talk:Bishnu_Saikia|<span style = 'color:#4B0082'>বাৰ্তা</span>]]</small></sup> 14:42, 17 জুন 2012 (UTC) :::কেৱল উত্সাহ দিব লাগে নে? শিকাব নালাগে নেকি? ৱিকিপিডিয়া লাহে লাহে জাবৰ হৈ আছে। [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 18:51, 20 জুন 2012 (UTC) :::: জাবৰ ??? শিকোৱাৰ কামটো কেৱল বিলোপ জাননী দিলে সফল হব নেকি? '''[[User:Bishnu_Saikia|<span style='font-family: "Trebuchet MS"; color:#4B0082'><big>বি</big><small>ষ্ণু শইকীয়া</small></span>]]''' <sup><small>[[User talk:Bishnu_Saikia|<span style = 'color:#4B0082'>বাৰ্তা</span>]]</small></sup> 20:45, 20 জুন 2012 (UTC)⏎ ⏎ :সেইকাৰণেই মই জাননী লগালে আলোচনা পৃষ্ঠাত কি সমস্যা আছে বা কি কৰিব লাগে সেয়া লিখি থওঁ। আপুনিও তেনে কৰিব লাগে (অলপদিন আগতে এজনে আপত্তি কৰিছিল)। ফে'চবুকতো মানুহক টেগ্ কৰি কৰি শিকাইছোঁ। সৰল ভাষাত নিশিকালে কোনেও একো বুজি নাপায়। আপুনি নিজে সকলো প্ৰবন্ধ ঠিক কৰি থকাতকৈ মূল লেখকক দেখুৱাই দিয়ক কি কৰিব লাগে। নহ'লে তেওঁলোকে কিবাকিবি লিখি দিয়েই থাকিব, আপুনি "এইখন পৃষ্ঠা নৱাগত এজনে সৃষ্টি কৰিছে বুলি" জাননী লগায়েই থাকিব। অকলে কিমান কৰিব? [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 05:59, 21 জুন 2012 (UTC) All content in the above text box is licensed under the Creative Commons Attribution-ShareAlike license Version 4 and was originally sourced from https://as.wikipedia.org/w/index.php?diff=prev&oldid=81334.
![]() ![]() This site is not affiliated with or endorsed in any way by the Wikimedia Foundation or any of its affiliates. In fact, we fucking despise them.
|