Difference between revisions 81334 and 81341 on aswiki

==বিলোপন==
:: গীতাৰ্থ, পোণে পোণে বিলোপ জাননী দি মানুহক নিৰুত্সাহ কৰাতকৈ প্ৰবন্ধটো ৱিকিপিডিয়াৰ শৈলীলৈ আনিব পাৰি নেকি সেয়া চেষ্টা কৰা উচিত| সকলো ৱিকিপিডিয়ান নহয়| আমাৰ এই দুৰ্দিনত কোনোবাই কিবা এটা লিখিবলৈ আগবাঢ়ি আহিছে.. ভাল কথা| পৰাপক্ষত তেওঁলোকক উত্সাহ দিব লাগে| বিলোপন জাননীখন আতৰাই দি অন্য এখন জাননী লগাই থোৱা ম‍ই পছন্দ কৰো| '''[[User:Bishnu_Saikia|<span style='font-family: "Trebuchet MS"; color:#4B0082'><big>বি</big><small>ষ্ণু শ‍ইকীয়া</smal(contracted; show full)ছে বা কি কৰিব লাগে সেয়া লিখি থওঁ। আপুনিও তেনে কৰিব লাগে (অলপদিন আগতে এজনে আপত্তি কৰিছিল)। ফে'চবুকতো মানুহক টেগ্‌ কৰি কৰি শিকাইছোঁ। সৰল ভাষাত নিশিকালে কোনেও একো বুজি নাপায়। আপুনি নিজে সকলো প্ৰবন্ধ ঠিক কৰি থকাতকৈ মূল লেখকক দেখুৱাই দিয়ক কি কৰিব লাগে। নহ'লে তেওঁলোকে কিবাকিবি লিখি দিয়েই থাকিব, আপুনি "এইখন পৃষ্ঠা নৱাগত এজনে সৃষ্টি কৰিছে বুলি" জাননী লগায়েই থাকিব। অকলে কিমান কৰিব? [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 05:59, 21 জুন 2012 (UTC)


::কথা হ'ল এই প্ৰবন্ধটো উন্নত কৰিবলৈ একো পথেই বিচাৰি পোৱা নাই৷ বাৰে বাৰে মেলিও ক'ত তথ্যসূত্ৰ দিম? ক'ত সম্পাদনা কৰিম? বিচাৰিয়েই পোৱা নাই৷ গোটেই লেখাটো লেখকৰ এক নিজা আলোচনা৷ গতিকে আমি ইয়াকৱিকিত ৰাখি থ'ব পাৰোঁ৷ কিন্তু ৱিকিৰ নিয়মৰ মতে ইয়াত সম্পাদনা কৰিবলৈ একো নাই৷ কাৰণ ই ৱিকিৰ প্ৰবন্ধ নহয়েই৷ [[সদস্য:Anjal Borah|Anjal Borah]] ([[সদস্য বাৰ্তা:Anjal Borah|talk]]) 09:02, 21 জুন 2012 (UTC)