Difference between revisions 81341 and 81362 on aswiki

  ==বিলোপন==
:: গীতাৰ্থ, পোণে পোণে বিলোপ জাননী দি মানুহক নিৰুত্সাহ কৰাতকৈ প্ৰবন্ধটো ৱিকিপিডিয়াৰ শৈলীলৈ আনিব পাৰি নেকি সেয়া চেষ্টা কৰা উচিত| সকলো ৱিকিপিডিয়ান নহয়| আমাৰ এই দুৰ্দিনত কোনোবাই কিবা এটা লিখিবলৈ আগবাঢ়ি আহিছে.. ভাল কথা| পৰাপক্ষত তেওঁলোকক উত্সাহ দিব লাগে| বিলোপন জাননীখন আতৰাই দি অন্য এখন জাননী লগাই থোৱা ম‍ই পছন্দ কৰো| '''[[User:Bishnu_Saikia|<span style='font-family: "Trebuchet MS"; color:#4B0082'><big>বি</big><small>ষ্ণু শ‍ইকীয়া</small></s(contracted; show full) বা কি কৰিব লাগে সেয়া লিখি থওঁ। আপুনিও তেনে কৰিব লাগে (অলপদিন আগতে এজনে আপত্তি কৰিছিল)। ফে'চবুকতো মানুহক টেগ্‌ কৰি কৰি শিকাইছোঁ। সৰল ভাষাত নিশিকালে কোনেও একো বুজি নাপায়। আপুনি নিজে সকলো প্ৰবন্ধ ঠিক কৰি থকাতকৈ মূল লেখকক দেখুৱাই দিয়ক কি কৰিব লাগে। নহ'লে তেওঁলোকে কিবাকিবি লিখি দিয়েই থাকিব, আপুনি "এইখন পৃষ্ঠা নৱাগত এজনে সৃষ্টি কৰিছে বুলি" জাননী লগায়েই থাকিব। অকলে কিমান কৰিব? [[সদস্য:Gitartha.bordoloi|— গীতাৰ্থ বৰদলৈ]] ([[সদস্য বাৰ্তা:Gitartha.bordoloi|talk]]) 05:59, 21 জুন 2012 (UTC)




::কথা হ'ল এই প্ৰবন্ধটো উন্নত কৰিবলৈ একো পথেই বিচাৰি পোৱা নাই৷ বাৰে বাৰে মেলিও ক'ত তথ্যসূত্ৰ দিম? ক'ত সম্পাদনা কৰিম? বিচাৰিয়েই পোৱা নাই৷ গোটেই লেখাটো লেখকৰ এক নিজা আলোচনা৷ গতিকে আমি ইয়াকৱিকিত ৰাখি থ'ব পাৰোঁ৷ কিন্তু ৱিকিৰ নিয়মৰ মতে ইয়াত সম্পাদনা কৰিবলৈ একো নাই৷ কাৰণ ই ৱিকিৰ প্ৰবন্ধ নহয়েই৷ [[সদস্য:Anjal Borah|Anjal Borah]] ([[সদস্য বাৰ্তা:Anjal Borah|talk]]) 09:02, 21 জুন 2012 (UTC)

::: প্ৰবন্ধটো উন্নত কৰাৰ  ১০০% থ’ল আছে| আৰু দুটামান বিশেষ টেগৰ বাহিৰে সকলো প্ৰবন্ধৰে আলোচনা পৃষ্ঠাত কাৰণ লিখি থকাটো মোৰ বাবে সম্ভৱ নহয়| যদি সকলোবোৰ প্ৰবন্ধৰে আলোচনা পৃষ্ঠাত দিয়াৰ প্ৰয়োজন থাকিলহেতেন তেন্তে সকলো জাননী টেগ সলাই মাত্ৰ "আলোচনা পৃষ্ঠাত চাওক" কৰিলেই কাম শেষ হ’ব দেখোন|  আৰু সাধাৰনতে জাননী টেগসমূহত যিমান পাৰি বৰ্ননা দিয়াই থাকে| ইচ্ছা থাকিলে সম্পাদক এজনে সেইখি পঢ়ি প্ৰবন্ধটোৰ আসোৱাহবোৰ শুধৰাব পাৰে|

নৱাগত এজনে সৃষ্টি কৰিছেখন এইবাবেই লগাও যাতে পুৰনাসকলে সেইবোৰ চাই পৃষ্ঠাখন উন্নতি কৰিব পাৰে| কিন্তু এইক্ষেত্ৰটো ম‍ই অকলেহে যিমান পাৰি ঠিক কৰি আছো (যিহেতু বাকী সকলে সহায় নকৰে, একমাত্ৰ আলোচনা কৰাৰ বাহিৰে)| আলোচনা কৰি বহি থাকিলে কাম নিসিজে, পৰাপক্ষত নিজে যিমান পাৰি উন্নত কৰাৰ চেষ্টা কৰিব লাগে বুলি ম‍ই ভাবো|  [[ডায়েবেটিচ]] প্ৰবন্ধটো তেনেদৰেই বিলোপনৰ পৰা উদ্ধাৰ কৰি ৭০% ৱিকিফাই কৰিলো|  আশাকৰো এনেকুৱা ক্ষেত্ৰত আগলৈ মোৰ সতে অভিজ্ঞসকলে সম্পাদনাৰ সহায়ৰ হাত আগবঢ়াব| ইয়াৰ ওপৰিও প্ৰত্যককে ম‍ই ব্যক্তিগতভাৱে যোগাযোগ কৰি হলেওঁ সম্পাদনা কৰিবলৈ সহায় কৰোঁ| কাৰণ নবাগতসকলে আলোচনা পৃষ্ঠাৰ কথা ভালদৰে নাজানেই|

দ্বিতীয়তে এনে কিছুমান প্ৰবন্ধত তথ্যসূত্ৰ দিবলৈ অলপ অসুবিধা| কিন্তু ইচ্ছা কৰিলে দিব পাৰি, অসম্ভৱ নহয়| ম‍ই সময় উলিয়াই ইয়াক ৱিকিফাই কৰিম বাৰু|

তৃতীয়তে বিলোপ কৰিবৰ যোগ্য প্ৰবন্ধ আৰু তথ্যসূত্ৰবিহীন প্ৰবন্ধ এতিয়াও অসমীয়া ৱিকিত বহুত আছে| সেইবোৰ সম্পৰ্কে কিবা ক’ব / কবা নেকি? '''[[User:Bishnu_Saikia|<span style='font-family: "Trebuchet MS"; color:#4B0082'><big>বি</big><small>ষ্ণু শ‍ইকীয়া</small></span>]]''' <sup><small>[[User talk:Bishnu_Saikia|<span style = 'color:#4B0082'>বাৰ্তা</span>]]</small></sup> 12:43, 21 জুন 2012 (UTC) 
 '''[[User:Bishnu_Saikia|<span style='font-family: "Trebuchet MS"; color:#4B0082'><big>বি</big><small>ষ্ণু শ‍ইকীয়া</small></span>]]''' <sup><small>[[User talk:Bishnu_Saikia|<span style = 'color:#4B0082'>বাৰ্তা</span>]]</small></sup> 12:43, 21 জুন 2012 (UTC)